Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Bookmark
Share
More
Add to Playlist
Report
প্ৰিয় দাদাৰ ছবি চাই সহিব নোৱাৰিলে দুখ; অসুস্থ জুবিন গাৰ্গৰ ভাতৃসম অৰুণ গাৰ্গ
ETVBHARAT
Follow
1 week ago
যোৰহাট: যোৰহাটৰ ইলি চিনেমা হলত জুবিন গাৰ্গৰ ছবি 'ৰৈ ৰৈ বিনালে' উপভোগ কৰি হঠাৎ অসুস্থ হৈ পৰে জুবিন গাৰ্গৰ ভাতৃসম অৰুণ গাৰ্গ । অসুস্থ অৰুণ গাৰ্গক কেইবাজনো শুভাংকাক্ষীয়ে ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ জৰুৰীকালীন বিভাগত ভৰ্তি কৰায় । অৱশ্যে তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে কোনো কথা প্ৰকাশ কৰা নাই চিকিৎসালয় কৰ্তৃপক্ষই । লগতে চিকিৎলায় চৌহদত সংবাদ মাধ্যমৰ লোকক উপস্থিত হোৱা তথা অৰুণ গাৰ্গ বা হাস্পতাল কৰ্তৃপক্ষৰ বক্তব্য গ্ৰহণতো কৰ্তপক্ষই বাৰণ কৰিছে ।অৱশ্যে এক টেলিফোনিক বাৰ্তালাপত যোৰহাট চিকিৎসক মহাবিদ্যালয়ৰ এগৰাকী চিকিৎসকে জনোৱা মতে, অৰুণ গাৰ্গ পেনিক এটেকৰ সমস্যাত ভূগিছে । অত্যধিক চিন্তা, অকলশৰীয়া অনুভৱ আৰু মনত দুখ পোৱা বাবে এনে সমস্যাত আক্ৰান্ত হ'বলগীয়া হৈছে । ইতিমধ্যে বিশেষজ্ঞ চিকিৎসকৰ দলৰ অধীনত অৰুণ গাৰ্গৰ চিকিৎসা চলি আছে । বতমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ যদিও নিশাটো চিকিৎসালয়তে ৰখা হ'ব পাৰে বুলিও তেওঁ ইংগিত দিয়ে ।লগতে পঢ়ক :জুবিন অনুৰাগীৰ মহানুভৱতা; কৰ্মচাৰীক দেখুৱালে 'ৰৈ ৰৈ বিনালে'লগতে পঢ়ক :'ৰৈ ৰৈ বিনালে' চাই অশ্ৰুসিক্ত নয়নেৰে দৰ্শকে বিচাৰিলে জুবিনৰ বাবে ন্যায়
Category
🗞
News
Transcript
Display full video transcript
00:00
I
00:30
There's a lot, everybody.
00:31
Do you want to come?
00:33
Yeah, it's very important.
00:34
I think you have more time.
00:37
I don't know.
00:38
I never know.
00:40
Oh, my God!
00:42
There's a lot of people are a lot of people on the street.
00:49
Right now.
00:50
I've got some people on the street.
Be the first to comment
Add your comment
Recommended
14:12
|
Up next
মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক
ETVBHARAT
6 months ago
1:45
কন কন শিশুৰ ভোগালীৰ হাট মেলাত উছাহৰ জোৱাৰ । বৰপেটা শংকৰদেৱ শিশু নিকেতনত কন কন ছাত্ৰ ছাত্ৰীৰ বিশেষ ভোগালী হাট মেলা ।
ETVBHARAT
10 months ago
4:20
মিষ্টাৰ কটেম বডী বিল্ডিং প্ৰতিযোগিতাৰ খিতাপ মাজুলীৰ যুৱকৰ
ETVBHARAT
10 months ago
2:56
উমৰাংছ'ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য
ETVBHARAT
10 months ago
3:15
মুছলপুৰত এইবাৰ ফুলিব বিজেপিৰ পদুম: দৃঢ় বিজেপিৰ প্ৰাৰ্থী
ETVBHARAT
2 months ago
3:39
জ্যেষ্ঠ সাংবাদিকৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ
ETVBHARAT
7 months ago
3:40
কাজিৰঙাত কেমেৰাৰ সন্মুখত বনৰজাই থপিয়াই নিলে হৰিণা
ETVBHARAT
10 months ago
3:13
আজি বড়োলেণ্ড বেআইনী অস্ত্ৰৰ পৰা মুক্ত : প্ৰমোদ বড়ো
ETVBHARAT
3 months ago
4:37
সুকুমাৰ মেধিক প্ৰফেচৰ অৱ প্ৰেক্টিছ সন্মান প্ৰদান
ETVBHARAT
3 months ago
1:49
গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গোলাঘাটত টাই আহোম ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন।
ETVBHARAT
10 months ago
2:12
নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? জনালে প্ৰমোদ বড়োৱে
ETVBHARAT
10 months ago
2:20
চানমাৰি থানাত বহিছে পুৰণি কাঁহী-বাটি-ঘটি-লোটাৰ এখন বিশেষ পোহাৰ
ETVBHARAT
5 months ago
4:55
সৰুমাই কথমপি বাচিল, ৰক্ষা পৰিল শ শ যাত্ৰীৰ প্ৰাণ
ETVBHARAT
7 months ago
6:08
হাতীৰ খাদ্যৰ বাবে কঠীয়া ৰুলে ছাত্ৰ-ছাত্ৰীয়ে
ETVBHARAT
3 months ago
4:25
উমৰাংচু কয়লা খনি কাণ্ডক লৈ শিৱসাগৰত প্ৰতিবাদ
ETVBHARAT
10 months ago
1:13
কাছাৰত বিজেপিৰ বিজয়ধ্বজা: আন এখন জিলা পৰিষদ দখল শাসকীয় দলৰ
ETVBHARAT
7 months ago
3:34
হোটেল কৰ্মচাৰীৰ কাজিয়াই ল'লে চূড়ান্ত ৰূপ; এজনক হত্যা
ETVBHARAT
3 months ago
3:54
ভোগালীৰ ভোগেৰে ভৰিছে পাথৰকোঁৱাৰী ভোগালী বিহু
ETVBHARAT
10 months ago
3:55
गोरखपुर में सीएम योगी के करीबी कथावाचक को लॉरेंस गैंग ने दी धमकी, कहा- रवि किशन को समझा लो, योगी-मोदी सब चले जाएंगे
ETVBHARAT
4 hours ago
5:36
फरीदाबाद में कई दिनों बाद हो रहा है खाद का वितरण, किसानों ने ली राहत की सांस
ETVBHARAT
4 hours ago
1:19
निर्मला सप्रे की विधानसभा सदस्यता पर लटकी तलवार, 18 नवंबर तक विधानसभा अध्यक्ष दें जवाब
ETVBHARAT
4 hours ago
9:58
भिवानी में रोडवेज कर्मचारियों को नहीं मिली सैलरी, चतुर्थ श्रेणी से लेकर जीएम तक 998 कर्मचारियों को वेतन का इंतजार
ETVBHARAT
4 hours ago
1:59
असल जिंदगी में रंग भर रहे नकली फूल, आर्टिफिशियल फ्लावर से 15 लाख सालाना टर्नओवर
ETVBHARAT
4 hours ago
3:34
କଳାକୃତିରେ ଓଡ଼ିଶାର ଐତିହ୍ୟ-ସଂସ୍କୃତିର ଝଲକ, ଟୋରାକୋଟା ଶିଳ୍ପୀ ସଞ୍ଜୟଙ୍କ ହାତର ଯାଦୁ
ETVBHARAT
4 hours ago
7:11
चंडीगढ़ में 9वें मिलिट्री लिटरेचर फेस्टिवल की शुरुआत, लोगों में जोश हाई, सेना के वेपन्स को नजदीक से देखने का सुनहरा मौका
ETVBHARAT
4 hours ago
Be the first to comment