Skip to playerSkip to main content
  • 1 week ago
নাজিৰা: "প্ৰয়োজন সাপেক্ষে পঞ্চায়তে, পঞ্চায়তে বিশেষ স্বাস্থ্য শিবিৰ প্ৰদান কৰা হ'ব, বানাক্ৰান্ত ৰাইজে কোনো অসুবিধা নোপোৱাকৈ সকলোবোৰ ব্যৱস্থা কৰা হ'ব ।"-বৃহস্পতিবাৰে নাজিৰাত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে এই মন্তব্য কৰে । ১৯ জুলাইত হোৱা প্ৰলয়ংকাৰী বানে চাৰিওফালে তথৈবচ কৰাৰ পাছতে বানাক্ৰান্ত লোকসকলৰ মাজত জ্বৰ, চৰ্দি আদি ৰোগে দেখা দিয়া পৰিলক্ষিত হৈছে । বানপানীৰ ফলত যাতে অঞ্চলটোত কোনোধৰণৰ মহামাৰীৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ স্বাস্থ্য বিভাগে বিভিন্ন প্ৰান্তত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিছে ।  শিৱসাগৰ জিলাৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শিমলুগুৰি শংকৰদেৱ শিশু নিকেতনত বানাক্ৰান্ত ৰাইজৰ বাবে অনুষ্ঠিত হোৱা বিনামূলীয়া বিশেষ স্বাস্থ্য শিবিৰত স্বাস্থ্যমন্ত্ৰী অশোক সিংহল উপস্থিত হয় । এই শিবিৰত উপস্থিত হৈ প্ৰতিটো বিভাগৰে ২৬ ৰ পৰা ৩০ জনলৈকে চিকিৎসক নিয়োগ কৰাৰ কথা স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । বহুকেইটা পৰিয়ালত বিভিন্ন ৰোগে দেখা দিয়াৰ পাছতে বৰ্তমান অসম চৰকাৰৰ স্বাস্থ্য বিভাগ যথেষ্ট তৎপৰ হোৱা পৰিলক্ষিত হৈছে ।লগতে পঢ়ক: অসমত তিনি বছৰৰ বানে কাঢ়িলে ২৩১ জনৰ প্ৰাণ, কৃষিভূমিৰ বিস্তৰ ক্ষতিবানত গৃহহাৰা বন্যাৰ্তক নতুনকৈ এখন ঘৰ সাজি দিবলৈ সাজু লেবাংকুলাবাসী

Category

🗞
News
Transcript
00:00Banner, Pissar, Sastrogenic, Dermatology, Sormorog,
00:15Vokagushu, Pani, Sormorog, Reta, Issue, Sormorog.
00:23The people involved in counseling or presence.
00:30The people were also protective specialists.
00:34They brought a new doctor.
00:42They bring people into the world.
00:43And he used to sit this woman around for himself.
00:46He used to be a couple of people who were a few times.
00:49He used to be a couple times and see it in their hands.
00:55He used to become a woman by his wife.
01:03He used to be a man, and he used to be a woman.
01:06I was enquanto.
01:08I was given a day to live.
01:10I was born in Korea.
01:18This is an animal for me.
01:22It's a single person.
01:25I've selected a lot of people usually.
01:26It is difficult for you to get a doctor.
01:31This is an important story to me that if you are not a doctor, I would not to be able
01:34to do medicine.
01:37I was able to make a report on this very quickly.
01:43I was able to get the doctor to get some medical care.
01:46I was able to do this with the doctor to get some medical care.
01:49I was able to get some medical care.
01:55One is great.
01:56I'm always happy to tell you about the future of the business.
01:59Yes, we know.
02:01We have gone around and have a lot of trouble with the business.
02:05I'm sure I've worked out and I'm not a person, but I've worked out and done it for us.
02:10I've worked out and worked out, but it's a really good job.
02:17I'm coming to you, I'm going to be an executive to manage the cost of it in Napae.
02:21And remember, it's your barrage, but you don't have to get it.
02:24You don't have to get it, but you don't have to get it.
Comments

Recommended