Skip to playerSkip to main content
  • 1 day ago
শিৱসাগৰ : ৰাজ্যজুৰি অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিলৰ পৰ্ব অব্যাহত আছে । শুকুৰবাৰে নাজিৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ময়ূৰ বৰগোহাঁয়ে হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে ৰেলী কৰি শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে । এই সময়ত বিজেপি প্ৰাৰ্থীগৰাকীত সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ।মনোনয়ন দাখিলৰ সময়ত ময়ূৰ বৰগোহাঁয়ে কয়, "বিজেপি নেতৃত্বই নাজিৰাক সেৱা কৰাৰ বাবে এক সুযোগ দিছে । তাৰ বাবে সকলোকে ধন্যবাদ জনাইছো ।''ইফালে পবিত্ৰ মাৰ্ঘেৰিটাই কয়, "দেৱব্ৰত শইকীয়াৰ দিনত নাজিৰা বহু পিছ পৰি ৰ'ল । নাজিৰাবাসী ৰাইজে বিকাশ বিচাৰে । বিচাৰে যে অসমৰ প্ৰতিটো প্ৰান্তৰ দৰে আমাৰ নাজিৰা, আমাৰ গড়গাঁও বিকশিত হওক । উন্নয়নৰ ডাবল ইঞ্জিন চৰকাৰৰ দিনত শিৱসাগৰ বা নাজিৰাত কিয় বিজেপি নহ'ব ।"লগতে পঢ়ক : অসম বিধানসভা নিৰ্বাচন ২০২৬ঃ সভাপতিক কাষত লৈ নাজিৰাত মনোনয়ন দাখিল দেৱব্ৰত শইকীয়াৰ

Category

🗞
News
Transcript
00:00.
00:03.
00:07.
00:08.
00:10.
00:12.
00:15.
00:16.
00:16.
00:17.
00:20.
00:22.
00:22.
00:22.
00:22.
00:22.
00:22.
00:22.
00:22.
00:23.
00:24.
00:24.
00:24.
00:25.
00:25.
00:31.
00:35.
00:38.
00:38.
00:39.
00:39.
00:40.
00:40.
00:40.
00:41.
00:42.
00:42.
00:44.
00:45.
00:45.
00:47.
00:48.
00:48.
00:50.
00:50.
00:50.
00:50.
00:50.
00:50.
00:52.
00:52.
00:52.
00:52.
00:54.
00:54.
00:54.
00:54.
00:54.
00:54.
00:54.
00:54.
00:55.
00:56.
00:56.
00:57.
00:57.
00:58.
00:59.
00:59.
01:01.
01:01.
01:01.
01:01.
01:01.
01:01.
01:01.
01:01.
01:02.
01:02.
01:24Thank you for joining us, Dr. Himanto and Dr. Nangoria.
01:41Terima kasih telah menonton!
02:31Thank you very much.
02:32Thank you very much.
Comments

Recommended