Skip to playerSkip to main content
  • 5 days ago
যোৰহাট: মৰিয়নীত আৰক্ষীৰ জালত আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰ । গুৱাহাটীৰ পৰা এই চক্ৰটোৱে AS 01 GN 2716 নম্বৰৰ এখন ৰঙা ৰঙৰ ছুইফ্ট চুৰি কৰি নাগালেণ্ড অভিমুখে গৈ থাকোঁতেই তিতাবৰ আৰক্ষীয়ে মৰিয়নী আৰক্ষীৰ সহযোগত খেদি খেদি আটক কৰে চুৰি চক্ৰটোক । তিতাবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপাংকৰ গগৈৰ নেতৃত্বত চলিছিল অভিযান । সাধাৰণ পোচাকত যোৱা আৰক্ষীয়ে চুৰি গাড়ীখন ৰখাওঁতে এখন থাৰ বাহনত অহা চুৰি চক্ৰৰ অন্যতম সদস্য মৰিয়নীৰ অনুৰাগ চৌধুৰীয়ে আৰক্ষীৰ দলটোকহে ধমক দিয়াৰ অভিযোগ উঠে ৷ পিছত আৰক্ষীয়ে আটক কৰে অনুৰাগক । মৰিয়নী-মোককচাং পথত চুৰি বাহনসহ আটক কৰা হয় ৬ জনীয়া চুৰি চক্ৰটোক ।গুৱাহাটীৰ পৰা আৰক্ষীৰ দল আহি নিশাই চোৰকেইটাক গুৱাহাটীলৈ লৈ যায় । আটকাধীন চোৰকেইটা মৰিয়নীৰ শিৱপুৰৰ অনুৰাগ চৌধুৰী, গোলাঘাটৰ ভাস্কৰ বৰুৱা, ঢেকীয়ালৰ অবিনাশ শইকীয়া, মৰিয়নীৰ প্ৰাণদ্বীপ বৰুৱা, গোলাঘাটৰ বিকাশ দাস, ঢেকীয়াল গণকপুখুৰীৰ কৌস্তভজ্যোতি শইকীয়া ৷ উল্লেখ্য যে মৰিয়নীৰ অনুৰাগ চৌধুৰীৰ বিৰুদ্ধে ইয়াৰ আগতে অপহৰণৰ লগতে অবৈধ সুৰা সৰবৰাহকে ধৰি বহুকেইটা গোচৰ থকা বুলি জানিব পৰা গৈছে ।লগতে পঢ়ক: সুৰাৰ ৰাগীত মাতাল হৈ মৰিয়াই মৰিয়াই হত্যা কৰিলে এজনক

Category

🗞
News
Transcript
00:00I just called for 9 years.
00:03This is our story.
00:07The first document this shows the last location of Moriyani.
00:13I called in Moriyani very much.
00:16Today, I was just asked the first to tell the only documents I really am in the case.
00:21It was very important to know how we kept our story.
00:56Thanks a lot.
01:06that the police are under the control of the police and police.
01:14police had to kill his car.
01:17I learned a lot about police the manheid.
01:20I took a police bird and they were searching for the police.
01:26They were searching for the police.
01:31First, the police were searching for the police.
01:32This police was searching for police.
01:33This was a police police.
01:36They were searching for police.
01:39there bet एकर शिस्टेम होग अपनी आगीमें तु है, मुँ आगीमें त्सवाट二 काम नanka है पूलिसकों काम
02:11We did not know how to listen to it.
02:13We are not sure how to collaborate on this front.
02:18We use Facebook, Google Mailer, Google Mailer, and I would not like to speak.
02:24We should not know how to speak in the name of Google Mailer.
02:25We should not know the name of Google Mailer.
02:33The Google Mailer, I would like to say is the name of Google Mailer.
02:38We have been talking about since the last year.
02:43We have been talking about the defense,
02:46and we have to remind ourselves of the president.
02:49We can do our own research and inform our info.
02:50It's not like our parents,
02:55but we will convince ourselves of our government.
03:04It is better than that.
Comments

Recommended