Skip to playerSkip to main content
  • 1 day ago
নলবাৰী : বিধানসভা নিৰ্বাচনৰ গৰম বতাহ আৰম্ভ হোৱাৰ লগে লগে দল বাগৰা নেতা-কৰ্মীৰ সংখ্য়াও বৃদ্ধি পাইছে । ৰাজ্য়ৰ আন বিধানসভা সমষ্টিৰ সমান্তৰালভাৱে নলবাৰীতো চলি থকা দল বাগৰা ৰাজনীতিৰ মাজতেই বীৰ লাচিত সেনাৰ সকলো বিষয়ববীয়া-সদস্যই বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ।    বৃহস্পতিবাৰে এই যোগদান কাৰ্যসূচীৰ পিছতেই নলবাৰী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰৱ হৈ পৰে । বদৰুদ্দিন আজমলে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত কৰা এক মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জয়ন্ত মল্লবৰুৱাই কয়, "আজমলৰ এয়া আজিৰ মন্তব্য নহয় । আজমল বুলি আমি যাক কও, আজমল এটা প্ৰতীক । এয়া মোগলৰ প্ৰতীক আৰু মোগলৰ এই প্ৰতীকসকলে আমাক, সমাজখনক ভাঙি চিঙি টুকুৰা টুকুৰ কৰিব খুজি আছে; কিন্তু অসমৰ খিলঞ্জীয়া ৰাইজ ইমানেই শক্তিশালী যে তেওঁলোকৰ এই আশা আমি পূৰণ হ'ব নিদিও ।"লগতে পঢ়ক:কংগ্ৰেছৰ ‘নতুন বৰ অসম’ত মিঞাৰ তুষ্টিকৰণ : দিলীপ শইকীয়াঅসম জাতীয় পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ : ২৫ টা মূল প্ৰতিশ্ৰুতি

Category

🗞
News
Transcript
00:01foreign
00:02foreign
00:02foreign
00:05We know people who are living in the world,challers have living in the world and the self-righteous.
00:12We are living in 70% as a nation.
00:14There are no means to live in the world.
00:20No means to live in a country.
00:54Thank you very much.
01:18Thank you very much.
01:26Thank you very much.
Comments

Recommended