Skip to playerSkip to main content
  • 8 minutes ago
মাজুলী: ৰাজ্যত চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ প্ৰতিকূল বতৰকো নেওচি মাজুলীৰ ভিন্ন ভোটকেন্দ্ৰলৈ হিলদল ভাঙি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে জনতা ৷ মাজুলীত ১৮৮ টা ভোটকেন্দ্ৰত ১,৪৫,৩৩১ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য ৷ ইফালে মাজুলীত ১১.৩০ বজালৈ ভোটদান ৪৪.১৫ শতাংশ সম্পন্ন হৈছে বুলি জানিব পৰা গৈছে ৷ভোটাধিকাৰ সাব্যস্ত কৰি কংগ্ৰেছ প্ৰাৰ্থী ইন্দ্ৰনীল পেগুৱে কয়, "গণতান্ত্ৰিক দেশৰ বাবে আজি গৌৰৱৰ মুহূৰ্ত ৷ আজিৰ দিনটোতে ৰাইজে সিদ্ধান্ত ল'ব আগন্তু পাঁচ বছৰৰ বাবে কোনে ৰাজত্ব কৰিব ৷ এইবাৰ মাজুলীবাসীয়ে পৰিৱৰ্তন বিচাৰিছে ৷ সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহক ৷"পেগুৱে লগতে কয়, "বহিঃৰাজ্যত কৰ্মৰত লোকেও গণতন্ত্ৰৰ উৎসৱত অংশগ্ৰহণৰ বাবে ঘৰলৈ আহিছে ৷ তেওঁলেকে মাতৃভূমিৰ দায়িত্ব পালন কৰিবলৈ আহিছে ৷" উল্লেখ্য যে বিজেপি-কংগ্ৰেছ প্ৰাৰ্থীৰ মাজতে সমষ্টিটোত তুমুল যুঁজ হোৱাৰ সম্ভাৱনা আছে ৷লগতে পঢ়ক:পৰিৱৰ্তনৰ স্বাৰ্থত ৰাইজ ওলাই আহিছে : ভোটদানৰ পাছতে গৌৰৱ গগৈৰ এই মন্তব্য

Category

🗞
News
Transcript
00:00Oh, it's a pizza!
00:30Yeah we will have a very difficult time.
00:34So this year we went to work for the nation.
00:39It seems that the will work for the nation.
00:43But our defense was building the nation.
00:46And then we went to work the nation.
00:50We went to work for the nation.
00:55How do we got it?
00:57......
00:59I am thinking that I have been thinking about the future of the future.
01:02I am thinking of what the people who are in the world are now.
01:07I have been thinking about the future of the future of the future and the future of the future.
01:21the
01:39the
01:39step
01:40step
01:40step
01:40step
01:40step
01:42step
01:43step
01:43Thank you so much for joining us.
01:44What are you doing here?
01:46I'm Rathipa.
01:49My college is very good.
01:52I'm Rathipa.
01:53I'm Rathipa.
Comments

Recommended