Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
মৰিগাঁৱত ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ সন্মান সমাৰোহ: ৬ আগষ্টৰ পৰা দেশজুৰি নিচামুক্ত অভিযান
3 months ago
মৰিগাঁও : প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ মৰিগাঁও সেৱা কেন্দ্ৰৰ উদ্যোগত মৰিগাঁও ডায়েট প্ৰেক্ষাগৃহত ‘সন্মান সমাৰোহ-২০২৬’ অনুষ্ঠিত হয় । এই অনুষ্ঠানটোত জিলাখনৰ ২৯ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয় । এই অনুষ্ঠানত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ছত্তিশগড়ৰ ৰায়পুৰত অনুষ্ঠিত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় কেনয়িং চেম্পিয়নশ্বিপত পদক লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈসকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । অনুষ্ঠানটোত উপস্থিত থাকি প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ মধ্য অসমৰ দায়িত্ববাহী নিৰ্মালি বেহেনজীয়ে কয় যে বৰ্তমান যুৱ প্ৰজন্ম নিচাৰ কৱলত পৰি ধবংসৰ পিনে গতি কৰিছে । ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সন্তানক পাঠ্যপুথিৰ শিক্ষাৰ লগতে আধ্যাত্মিক জ্ঞানেৰেও পুষ্ট কৰিব লাগিব ।" অহা ৬ আগষ্টৰ পৰা সমগ্ৰ দেশজুৰি এক ‘নিচামুক্ত ভাৰত অভিযান’ আৰম্ভ কৰা হ’ব বুলিও তেওঁ কয় । অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত বেংক বিষয়া স্বপ্নৰ সৰকাৰ,মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড৹ অপূৰ্ব ঠাকুৰীয়া, ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়ৰ নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ মুখ্য সঞ্চালিকা সৰিতা বেহেন তথা মৰিগাঁও কেন্দ্ৰৰ ভাৰতী বেহেন উপস্থিত থাকে ।লগতে পঢ়ক:গছৰ তলত বিচনী মাৰি শক্তি বিভাগৰ বিৰুদ্ধে মৰাণত ক্ষোভ উজাৰিলে ৰাইজেবানত ক্ষতিগ্ৰস্ত ৰাজ্যৰ ৩৭০০০ লোক, শোণিতপুৰত এজনৰ মৃত্যু
Category
🗞
News
Transcript
Display full video transcript
00:00
The people who have been living in the 70s, are not as much as the people who have been living
00:09
in the 70s.
00:11
The people who have been living in the 70s are also living in the 70s.
00:18
They are also living in the 70s.
Show less
Recommended
1:23
|
Up next
পৰম্পৰাগত ৰীতি-নীতিৰে গোলাঘাটৰ বামুণগাঁৱতো কাতি বিহু পালন
ETVBHARAT
4 days ago
2:07
ম'ৰাচুৰকত বন্যহস্তীৰ উপদ্ৰৱ; ভাঙিলে ঘৰ, খালে ভঁৰালৰ ধান
ETVBHARAT
2 weeks ago
2:56
অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবীত কলগাছিয়াত চিপিআইএমৰ প্ৰতিবাদ
ETVBHARAT
2 months ago
3:01
মুখ্যমন্ত্ৰীৰ সৈতে অসমৰ জনসাধাৰণ আৰু ভগৱান আছে: নগাঁৱত স্বাধীনতা দিৱসত মন্ত্ৰী পীযুষ হাজৰিকা
ETVBHARAT
2 months ago
2:11
লাহৰীঘাটত আটক ড্ৰাগছসহ সৰবৰাহকাৰী
ETVBHARAT
3 months ago
1:12
ଇଣ୍ଡୋନେସିଆ ଫେରିବେ ଓରାଙ୍ଗଉଟାନ; ଗୁଜରାଟରୁ ପ୍ରତ୍ୟାବର୍ତ୍ତନ କରିବା ପରେ ନନ୍ଦନକାନନରେ ପ୍ରକ୍ରିୟା ଆରମ୍ଭ
ETVBHARAT
11 minutes ago
1:17
মর্মান্তিক ! প্রতিমার কাঠামো তুলতে গিয়ে বিজেপি নেতার মৃত্যু
ETVBHARAT
12 minutes ago
0:57
प्रसव पीड़ा से तड़पती रही गर्भवती महिला, स्वास्थ्य केंद्र पर लटका रहा ताला, CMHO ने कहा- जांच प्रतिवेदन के आधार पर होगी कार्रवाई
ETVBHARAT
12 minutes ago
1:33
रोमांच और कुदरत की अनमोल धरोहर 'सोहगीबरवा' आज भी क्यों है वीरान?
ETVBHARAT
15 minutes ago
2:14
कांग्रेस नैरेटिव की काट के लिए भाजपा का 'लोकतंत्र बचाओ भीड़तंत्र हटाओ' अभियान शुरू, 5 नवंबर तक चलेगा
ETVBHARAT
18 minutes ago
2:52
নীটত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়ালে উদীপ্ত শইকীয়াই
ETVBHARAT
3 months ago
1:18
অন্ধ্ৰপ্ৰদেশত ৰহস্যজনকভাৱে মৃত্যু মাজুলীৰ যুৱকৰ
ETVBHARAT
3 months ago
2:06
বৰষুণৰ অভাৱত পথাৰত মেলিছে ছিৰাল ফাঁট, বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ৰাইজে পাতিছে ভেকুলী বিয়া
ETVBHARAT
3 months ago
2:31
মেঘালয়ত ধাৰাসাৰ বৰষুণ, কিন্তু যোৰাবাটত ভয়াবহ কৃত্ৰিম বান
ETVBHARAT
3 months ago
2:24
খহনীয়া প্ৰতিৰোধ: নৈপৰীয়াৰ কথা শুনিবলৈ চৰকাৰক আহ্বান সত্ৰাধিকাৰৰ
ETVBHARAT
4 months ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
4 months ago
2:14
ধুবুৰীৰ দক্ষিণপাৰত অবৈধ কাঠফলা মিল উৎখাত
ETVBHARAT
4 months ago
3:58
ধুবুৰীৰ আইন-শৃংখলা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য মন্ত্ৰী অশোক সিংহলৰ
ETVBHARAT
4 months ago
1:27
ডিব্ৰুগড়ত প্ৰায় ১.৪ কোটি মূল্যৰ নিষিদ্ধ সামগ্ৰী দাহ
ETVBHARAT
4 months ago
1:02
অসমৰ তৃতীয়টো ক্ৰীড়া সন্থা শিলচৰ স্প’ৰ্টিং ক্লাবৰ ৯০ বছৰ সম্পূৰ্ণ
ETVBHARAT
4 months ago
1:29
কলিয়াবৰত বাৰ্মিজ চুপাৰিসহ তিনিজনক আটক
ETVBHARAT
4 months ago
1:28
হাতত নাই পাঠ্যপুথি ! কিতাপ অবিহনেই নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে বহিব পৰীক্ষাত
ETVBHARAT
5 months ago
0:45
বৰপেটাত জন ভাগিদাৰী অভিযান: জনজাতীয় লোকৰ সৰ্বাংগীন উন্নয়নেই প্ৰশাসনৰ লক্ষ্য
ETVBHARAT
5 months ago
1:26
মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত বিৰোধীৰ ভূমিকাৰ বিৰুদ্ধে প্ৰতিবাদ বিজেপিৰ
ETVBHARAT
6 months ago
1:04
মৰিগাঁৱত পহিলা ব'হাগৰ পৰাই তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ৰঙালী বিহু
ETVBHARAT
6 months ago