Skip to playerSkip to main content
  • 13 hours ago
গুৱাহাটী: ৩৪ নং ডিমৰীয়া বিধানসভা সমষ্টিৰ ৫৮ নং জ্যোতি বিদ্যাপীঠ প্রাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰে কণ্ঠশিল্পী দীপলিনা ডেকাই । পোনপ্ৰথমবাৰৰ বাবে ডিমৰীয়া সমষ্টিৰ পৰা ভোটগ্ৰহণ কৰি ডেকাই কয়, "ডিমৰীয়া সমষ্টিবাসী হিচাপে যিবোৰ সমস্যা ব্যক্তিগতভাৱে দেখিছো; সেই সমস্যাবোৰ যিজনে সমাধান কৰিব বুলি ভাবিছো তেওঁকেই বিবেকেৰে ভোট দিছো ৷" গণতান্ত্ৰিক প্ৰক্ৰিয়াত মহিলা-যুৱ প্ৰজন্মৰ অংশগ্ৰহণ সম্পৰ্কত ডেকাই কয়, "যুৱ প্ৰজন্মৰ যিবোৰ সমস্যা আছে সেইবোৰ আচলতে প্ৰথমতে সমাধান হ’ব লাগে আৰু সেইবোৰৰ সমাধানৰ বাবে যুৱ প্ৰজন্মৰ ফালৰ পৰা নিৰ্ভীক কণ্ঠ বিধানসভালৈ যোৱাটো যথেষ্ট দৰকাৰী ৷ বিধানসভাৰ মজিয়াত মই বৰ্তমানতকৈ অধিক নাৰীকণ্ঠ থকাটো বিচাৰো ৷"আজিৰ দিনটো ৰাইজৰ দায়িত্বৰ দিন বুলি উল্লেখ কৰি সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ডেকাই আহ্বান জনায় ৷লগতে পঢ়ক4 মে’ত বিজয় উৎসৱ হ'ব : ভোটদান কৰি মাৰ্ঘেৰিটাই ক'লেভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত বিজেপি কৰ্মীৰ কি কাম ? টিঙিৰিতুলা দেৱব্ৰত শইকীয়াসাধাৰণ ৰাইজৰ সৈতে শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰিলে ৰাজনৈতিক নেতাই

Category

🗞
News
Transcript
00:07Hello, my name is Dismur Khomastri Phalopra.
00:11I am very proud of you.
00:15I am very proud of you.
00:16I am proud of you.
00:18I am proud of you.
00:21I am proud of you.
00:22What do you think about Dismur Khomastri Phalopra?
00:30How do you think about Dismur Khomastri Phalopra?
00:41I am proud of you too.
00:43It is so important for us,
00:49and we are very proud of you.
00:51I did think that Dismur Khomastri Phalopra.
00:58I do not do so.
00:59We are very smart and intelligent,
01:13Thank you so much for joining us today, and we will be here today, and we will be here today,
01:20and we will be here today, and we will be here today.
Comments

Recommended