Skip to playerSkip to main content
  • 3 weeks ago
নলবাৰী : বিগত ৯ জুলাইত নলবাৰী কটাহকুছি গাঁৱত বন্যহস্তীৰ আক্ৰমণত নিহত অন্ন কলিতাৰ বাসগৃহত দেওবাৰে উপস্থিত হয় বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱা ৷ মৃত অন্ন কলিতাৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ বনমন্ত্ৰী গৰাকীয়ে গভীৰ সমবেদনা জনোৱাৰ লগতে পৰিয়ালটোলৈ চাৰি লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে । লগতে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী বৰুৱাই হাতী-মানুহৰ সংঘাতৰ সমস্যাটোৰ স্থায়ী সমাধানৰ প্ৰচেষ্টা কৰা হৈছে বুলি উল্লেখ কৰে ৷স্থানীয় ৰাইজৰ সৈতে মতবিনিময় কৰি মন্ত্ৰীগৰাকীয়ে কয়,"এইবাৰৰ পৰা বন্যহস্তীয়ে যদি কৃষি ভূমি নষ্ট কৰে, তেন্তে প্ৰতি বিঘা কৃষি ভূমিত চৰকাৰে আঠ হাজাৰকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব ৷ বন্যহস্তী আহিলে বা দেখিলে ৰাইজে হুলস্থূল কৰিব নালাগে, বন বিভাগক খবৰ দিয়াৰ লগতে নিজৰ লগতে আনকো সজাগ কৰিব লাগে ৷"লগতে পঢ়ক: ভূমি ৰক্ষা আন্দোলনৰ সক্ৰিয় নেতা প্ৰণৱ দলেক গ্রেপ্তাৰ

Category

🗞
News
Transcript
00:00आर यह अन्सल अन्नो कोलिटा नमोर एगराकी बयोजस्त ब्हक्ती हाटीर अक्रमन निहत हुई शिले
00:07आरू हिद नाखन जेटू तार पीजदी नाखन मोर बाजेट आसील मैं आही बोपरा नासीलू
00:13आजी आही गुटे स्थानी और आईजोर लोगर कथा पाटीलू
00:16My students have picked up these people and did not do any information from the forest department,
00:24and they didn't do lots of work without the labor money.
00:59Thank you very much.
01:13Thank you very much.
Comments

Recommended