Skip to playerSkip to main content
  • 2 days ago
ৰঙিয়া: মঙলবাৰে বিয়লি পাঁচ বজাত অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী ৷ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত ৰঙিয়া বিধানসভা সমষ্টিত শক্তি প্ৰদৰ্শন শাসক-বিৰোধীৰ ৷ দুয়োপক্ষৰ প্ৰাৰ্থীসকলে সমৰ্থকক লগত লৈ ৰঙিয়া সমষ্টিত বাহিৰ কৰে বাইক ৰেলী ৷ৰেলীৰ মাজতে বিজেপিৰ প্ৰাৰ্থী ভৱেশ কলিতাই কয়, "এনডিএৰ সমৰ্থনত সমষ্টিটোৰ কেইবা সহস্ৰাধিক লোক আজি ওলাই আহিছে ৷ যুৱ প্ৰজন্মৰ বহু লোক আহিছে আজি । সকলোৰে মুখে মুখে এটাই কথা- আকৌ এবাৰ বিজেপিৰ চৰকাৰ ।"ইফালে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাণজিৎ চৌধুৰীয়ে ৰঙিয়াৰ সোণেশ্বৰৰ পুঠিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা বিশাল ৰেলী বাহিৰ কৰে ৷ ৰেলীৰ মাজতে কংগ্ৰেছ প্ৰাৰ্থী চৌধুৰীয়ে কয়, "মই ইয়াতে পঢ়া আৰু ইয়াতেই ডাঙৰ হোৱা ৷ গতিকে মই পঢ়া বিদ্যালয়খনৰ খেলপথাৰৰ পৰাই আজি ৰেলী আৰম্ভ কৰিছো ৷  মানুহৰ মৰম আৰু সঁহাৰি অভুতপূৰ্ব  ৷ আশা কৰিছো নিশ্চয় জয়ী হ'ম ৷"লগতে পঢ়ক:অসমৰ ৰাইজে তৃতীয়বাৰৰ বাবে বিজেপিৰ চৰকাৰ বনাব : বৈজয়ন্ত পাণ্ডা

Category

🗞
News
Transcript
00:00In India, a lot of people are coming from today.
00:05They have a lot of empowerment in the world,
00:07and that's what they call соци jongens,
00:09so they have a lot of followers,
00:10and wealth, all the people that come from now.
00:13They are a problem because of happening.
00:16They get a lot of produces.
00:18It's like a lot of people like that.
00:21It is a manner that we can raise people.
00:24Well, I came from school,
00:28It is very difficult for people to live in the world and to live in the world and to live
00:32in the world and to live in the world.
00:39We have a lot of people around Hong Kong and we have a lot of people around Hong Kong and
00:44we will be very happy to have the people around Hong Kong.
00:48But now, the people around Hong Kong are a big one and the people around Hong Kong are a big
01:04one.
Comments

Recommended