Skip to playerSkip to main content
  • 17 hours ago
যোৰহাট : শনিবাৰে যোৰহাটৰ মালৌপথাৰৰ ৰান্ধনীজান গাঁৱত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা ৷ ঋণৰ কিস্তি আনিবলৈ যোৱা ৮ জনীয়া যুৱকৰ দলসহ ফাইনেন্স কোম্পানীৰ মেনেজাৰক চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা প্ৰাঞ্জল শইকীয়া নামৰ লোকজনৰ । ঘটনা অনুসিৰ, প্ৰাঞ্জল শইকীয়া নামৰ ব্যক্তিজনে আশীর্বাদ ফাইনেন্সৰ পৰা ৬৫ হাজাৰ ঋণ লৈছিল ৷ মাহে ২,৯৮০ টকাকৈ পৰিশোধ কৰি লাগে ৷কিন্তু চলিত মাহৰ কিস্তি নিৰ্দিষ্ট দিনত পৰিশোধ কৰিব পৰা নাছিল । যাৰ বাবে শইকীয়াৰ ঘৰত কিস্তিৰ ধন বিচাৰি উপস্থিত হৈছিল ফাইনেন্সৰ মেনেজাৰগৰাকীৰ লগতে ৮ জনীয়া যুৱকৰ দল ৷ প্ৰাঞ্জল শইকীয়াৰ পত্নীয়ে ২,৯৮০ টকাৰ লগতে অতিৰিক্ত ২০ টকাসহ মুঠ ৩০০০ টকা কিস্তিৰ ধন আদায় দিয়ে ।সেই সময়তে পথাৰৰপৰা প্ৰাঞ্জল শইকীয়া আহি উপস্থিত হয় আৰু কিস্তিৰ ধন নিবলৈ অহা ফাইনেন্স কোম্পেনীটোৰ বিষয়াসকলৰ লগত তৰ্ক-বিতৰ্কত লিপ্ত হয় ৷ তেতিয়াই প্ৰাঞ্জল শইকীয়াই চোকা অস্ত্ৰ লৈ মেনেজাৰক আক্ৰমণৰ চেষ্টা কৰে বুলি অভিযোগ উত্থাপন কৰে ফাইনেন্স কোম্পেনীটোৰ লোকে ৷ আনহাতে শইকীয়াৰ পত্নীয়ে কয়,"পথাৰৰ পৰা আহোতে তেওঁৰ হাতত দাখন আছিলে । দাৰে আক্ৰমণ কৰা নাছিল ৷"লগতে পঢ়ক : ৰাইজৰ স্বাৰ্থত সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বৈধতাৰ সীমা বৃদ্ধি, ঘোষণা মুখ্যমন্ত্ৰীৰ

Category

🗞
News
Transcript
00:00I had a lot of financials and now I was able to get a loan on.
00:04I had a loan on my own loan on my own.
00:08I had a debt to sell my own loan.
00:13I was able to get the loan on my own.
00:14I was able to get a loan on my own.
00:21But if I was able to get a loan on my own,
00:23I would get the money on my own.
00:26Who was the financials?
00:27Yes.
00:28When I was talking about this project, I was asking about this project to help people.
00:36I was hearing about it, because I was also asking about it.
00:44I was asking about the project to get to learn any information about my own.
00:59foreign
01:06foreign
01:24It was a long time ago, and I had no idea, but I had no idea what to do.
01:30I had no idea, but I had no idea.
01:37How many years did it?
01:39About 65,000.
01:40How much did it cost?
01:42I had 21,000 dollars.
01:4521,000 dollars and 20,000 dollars.
01:48The person who is now informed me that I am not impressed with the ones I am not impressed with.
02:01I am not impressed with the people who have been involved in this project.
02:04I will see that there is a lot of information in the video.
02:06I am inspired by the people who have been involved in this project.
02:07I will see that in the present moment I will not be surprised with my family,
02:09but there is not always what I am sure to do.
02:11There are many different people who have to do this.
02:14They are planning on this video.
02:19They are making videos of the video.
02:21They are making videos of the video.
02:26So, we have to be able to do this.
02:28Do we have any other services?
02:30No.
02:31Do we have any other services?
02:32No.
02:33We have already asked them,
02:35So, I will tell you how to upload the video to this video.
Comments

Recommended