Skip to playerSkip to main content
  • 2 days ago
জনীয়া: কলগাছিয়াৰ তাৰাকান্দিত বেকী নদীত মাছ মাৰিবলৈ গৈ সন্ধানহীন হোৱা এজন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে । যোৱা শনিবাৰৰ পৰা সন্ধানহীন হৈ থকা তাৰাকান্দি গাঁৱৰ মোনছেৰ আলী (৪০)ৰ মৃতদেহ আজি পুৱা নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় ।  লোকজন সন্ধানহীন হোৱাৰ পিছতে এছডিআৰএফে উদ্ধাৰ অভিযান চলাই যদিও কোনো সন্ধান লাভ কৰিব পৰা নাছিল । অৱশেষত স্থানীয় ৰাইজে হাপাচৰ গাঁৱৰ সমীপত পানীত ওপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ।পেছাত ঘোঁৰা গাড়ী চলোৱা মোনছেৰক মাছ ধৰাৰ সময়তে নদীৰ প্ৰবল সোঁতে উটুৱাই নিয়ে । লগে লগে স্থানীয় লোকে উদ্ধাৰৰ বাবে বহু চেষ্টা চলাই যদিও কোনো সন্ধান উলিয়াব পৰা নাছিল ।লগতে পঢ়ক :জোনাইৰ চেঙাজান বগৰীবাৰীত শোকাবহ ঘটনা, লালী নদীত সন্ধানহীন কিশোৰী

Category

🗞
News
Transcript
00:15This was the first time that I was born.
00:17I was born in the first time to be born.
00:21This was the first time I was born,
00:24and I was born into the next year.
00:27I was born in the first time.
00:53Thank you very much.
00:58Thank you very much.

Recommended