Skip to playerSkip to main content
  • 4 hours ago
চামগুৰি : বানাক্ৰান্তলৈ ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যেৰে মঙলবাৰে চামগুৰিত কৃষি মন্ত্ৰী পীযুষ হাজৰিকাই ডাঙৰ ঘোষণা কৰিছে ৷ উজনিৰ বান পৰিস্থিতিৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি মন্ত্ৰী হাজৰিকাই কয়,"বানত ডুব যোৱা বা ক্ষতিগ্ৰস্ত হোৱা খেতি সমূহৰ সাহাৰ্য্য ৩০দিনৰ ভিতৰত খেতিয়ক সকলক প্ৰদান কৰা হ'ব ৷ লগতে ৩০ দিন পানীৰ তলত থাকিলেও যাতে ধান নমৰে তেনেকুৱা বীজ দিয়াৰ ব্যৱস্থা কৰিম ৷"তেওঁ লগতে কয়,"উজনি অসমৰ তিনিখন জিলাত হঠাৎ বানপানী আহিছে আগতে কোনো দিনো বান নোহোৱা এলেকাত বানপানী হৈছে এইটো প্ৰাকৃতিক দুৰ্যোগ । এই দুৰ্যোগৰ সময়ত মোকাবিলা কৰিব পৰাকৈ আমাৰ চৰকাৰ যথেষ্ট সচেতন হৈ আছে ৷ য’ত নদী আছে তাত আমি পূৰ্বৰে পৰা সাজু হৈ থাকো ৷ কিন্তু উজনি অসমৰ এই তিনিখন জিলাত নদীও নাই আগতে বানপানীও হোৱা নাই ৷ প্ৰথমবাৰ হৈছে সেয়ে মানুহৰ কষ্ট হৈছে আমি এতিয়া উদ্ধাৰ আৰু সাহৰ্য  দিয়াত লাগি আছো ।"লগতে পঢ়ক: বানত নিহত তিতাবৰৰ দুই কিশোৰীৰ পৰিয়াললৈ আৰ্থিক সাহাৰ্য ঘোষণা ৰাজ্য চৰকাৰৰ

Category

🗞
News
Transcript
00:00foreign
00:06foreign
00:07foreign
00:07foreign
00:08short of how we could be.
00:10We could do our natural calamity,
00:12including Burkha Mantui,
00:14Susanta Burkha Hari,
00:16Kehob Mohantai,
00:18Uzanta Niyuk,
00:19Femol Bora,
00:20they are in this libro.
00:22Today we have had a great day.
00:25Our government is always ready to be ready.
00:30We had to do helicopters and we had to be afraid
00:33basically from next 2 hours for a long time.
00:56ཅད ར དེགཤ ཟྱེའ ཛ ཡའ ར ས དེགས ཛ ཇྱེ སླན ར ལས ར ཱེགས ང དཇ
01:06because of the tentacles and people with their own poles.
01:12So, there are natural calamity and perpetually,
01:15so many of them are helped and said,
01:18I was found in the village of Tauru.
01:20We were also found out of the valley and the original village has been found out of the village.
01:27So I couldn't come out,
01:29but I had that one for me to rehabilitate to go with my story.
01:35I do not know the money and money for over 30 days.
01:46NeverLY, I did.
01:489 days in the 50s, I have spent 30 days in my heart.
01:54There was also a problem.
01:55I was looking for a couple of people that were taken through the jail for all three days.
02:00This was a big deal with the people that I ran back after a while.
02:07I would like to have to take some time and take some time after a few days and take some
02:10time after a few days.
02:12I would like to take some time after a few days after a few days.
Comments

Recommended