Skip to playerSkip to main content
  • 1 week ago
বিশ্বনাথ : এসময়ত গহপুৰৰ চকুপানী স্বৰূপ হৈ পৰা সোলেঙী নৈৰ পুনৰ ভয়ংকৰ ৰূপ ৷ সোমবাৰে ৪১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এনচি সোণাপুৰ সংযোগী পথত থকা পকী দলঙৰ পুৱ দিশৰ এটা বৃহৎ অংশ খহাই নিয়ে ৷ যাৰ বাবে যাতায়ত ব্যাহত হৈ পৰিছে কেইবাখনো গাঁৱৰ ৰাইজৰ ৷স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, ৪১৫নং ৰাষ্ট্ৰীয় ঘাইপথত থকা পকী দলঙৰ এটা অংশ খহাই নিয়াত এনচি সোণাপুৰ, মধ্য সোণাপুৰ, উত্তৰ সোণাপুৰ, সোণাপুৰ ফৰেষ্ট, ৰঙাজান, ননকে সোলেঙী, ব্ৰহ্মপুৰকে ধৰি প্ৰায় ২০-৩০খন গাঁৱৰ ৰাইজৰ যাতায়ত বিচ্ছিন্ন হৈ পৰিছে ৷স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, সোলেঙী নৈৰ ওপৰত থকা দলঙখনৰ নিৰ্মাণত জৰিত ঠিকাদাৰৰ লগতে অভিযন্তাৰ চুড়ান্ত গাফিলতিৰ বাবেই বৃহত্তৰ অঞ্চলৰ ৰাইজে বৰ্তমান যাতায়াতৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হৈছে ৷লগতে পঢ়ক: বানাক্ৰান্ত মাহমৰা অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ, বন্যাৰ্তক সহায়ৰ আশ্বাস

Category

🗞
News
Transcript
00:00Thank you so much.
00:33It is for a long time, no, a disaster.
00:34Not any kind of disaster, no, we will go to a place.
00:41I guess our COVID-19 crisis won't kill us.
00:54We have to say, oh, a lot of no cases.
00:59I don't want to be able to get the people out of the country,
01:02I don't want to be able to get the people out of the country.
Comments

Recommended