Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
বহিঃৰাজ্য়ৰ পৰা যুৱকৰ মৃতদেহ আনিবলৈ হাতত নাই ধন, মুখ্য়মন্ত্ৰীক সহায়ৰ আহ্বান
6 weeks ago
যোৰহাট: জীৱিকাৰ সন্ধানত অসমৰ পৰা বহিঃৰাজ্যলৈ যোৱা যুৱক-যুৱতীৰ লগতে শ্ৰমিক সন্ধানহীন আৰু মৃত্য়ু হোৱাৰ ঘটনা সঘনাই সংঘটিত হৈ আহিছে । ইয়াৰ মাজতেই তামিলনাডুত তেনে এক ঘটনা সংঘটিত হয় । যোৰহাট জিলাৰ মৰিয়নীৰ নাগাজাংকা চাহ বাগিচাৰ জিতেন আগেৰিয়াৰ মৃত্য়ু হোৱাৰ পিছত এতিয়া দুখীয়া পৰিয়ালটোৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । তামিলনাডুৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত যুৱকজন এক দুৰ্ঘটনাত পতিত হৈছিল । পিছত যুৱকজনক ভেল্লোৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় যদিও যুৱকজনে অকাল মৃত্যুক সাবটিবলগীয়া হয় ।ইয়াৰ পিছতেই আৰক্ষীয়ে যুৱকজনৰ এই ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে । আনহাতে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে ধনৰ অভাৱত নিজগৃহলৈ মৃতদেহ আনিব নোৱৰাত এইক্ষেত্ৰত সহায় কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে ।লগতে পঢ়ক :স্বামী-সন্তানেৰে ভৰা সংসাৰ এৰি ক’লৈ গ’ল বনলতা? মঙলদৈত শাহুৰ কাতৰ অনুৰোধ?কটকৰ পৰাই শেষ যোগাযোগ, ক'ত হেৰাল মণ্টু ?
Category
🗞
News
Transcript
Display full video transcript
00:28
Thank you so much for joining us.
Show less
Comments
Log in to post a comment
Recommended
1:36
|
Up next
বাঢ়নী পানীত পুনৰ বুৰ গ'ল ১৫০ৰো অধিক পৰিয়ালৰ বাসগৃহ, টীয়কত হাহাকাৰ
ETVBHARAT
2 weeks ago
3:14
বৰমাত স্বাধীনতা দিৱস উপলক্ষে বিজেপিৰ ত্ৰিৰংগা যাত্ৰা
ETVBHARAT
5 days ago
1:39
শিৱসাগৰৰ বন্যাৰ্তৰ কাষত লাভলীনা বৰগোঁহাই, বন্যাৰ্তৰ ক্ৰন্দনত ম্ৰিয়মান খেলুৱৈগৰাকী
ETVBHARAT
1 week ago
1:03
বানাক্ৰান্ত ৰাইজৰ বাবে নিজৰ দোকানৰ নতুন কাপোৰ দিলে আব্দুল মতিন শ্বেখে
ETVBHARAT
2 weeks ago
1:42
ধেমাজিৰ বানপীড়িত অঞ্চল পৰিদৰ্শন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ
ETVBHARAT
2 weeks ago
4:27
विश्व स्तन कैंसर अनुसंधान दिवस: मेकाहारा डॉक्टर से जानिए ब्रेस्ट कैंसर के लक्षण-जांच, स्टेज 1-2 में 100% इलाज भी संभव
ETVBHARAT
18 minutes ago
8:45
एक्सप्रेसवे से जुड़े यूपी के चार हिस्से; जानिए कहां सिर्फ दावों की रफ्तार है और कहां वाकई विकास की बहार है?
ETVBHARAT
24 minutes ago
10:28
JPSC-JSSC पर हेमंत सरकार के फैसले के बाद जश्न लेकिन जारी रहेगा आंदोलन!
ETVBHARAT
3 hours ago
5:29
Jharkhand Government Cancels All Exams Since 2014 Conducted By TSR Data Processing Pvt Ltd
ETVBHARAT
8 hours ago
4:50
बांगो द लाइफ लाइन: बांध का गेट खुलते ही हसदेव का बढ़ा जलस्तर, सीतामणी में घर छोड़ भागे लोग
ETVBHARAT
8 hours ago
3:25
বানাক্ৰান্তৰ ঘৰ-দুৱাৰ, বোকাৰে ভৰা পথ পৰিষ্কাৰ কৰিবলৈ কাকৈজানাৰ পৰা ৰাওনা অৰ্ধ শতাধিক যুৱক
ETVBHARAT
2 weeks ago
1:19
ডেৰবছৰীয়া সন্তানক লগত লৈ ভোগদৈত জাপ দিলে মাতৃয়ে
ETVBHARAT
2 weeks ago
3:02
টিহুৰ নৰ্থ ইষ্ট মেগা ফুড পাৰ্কত ভয়ংকৰ অগ্নিকাণ্ড
ETVBHARAT
2 weeks ago
1:49
দেওকণ ১৭ বছৰ অনুৰ্ধ্ব আন্তঃজিলা বিদ্যালয় ফুটবল প্ৰতিযোগিতাত চৰাইদেউ বিজয়ী
ETVBHARAT
3 weeks ago
1:30
জাগীৰোডত ‘অৰ্পিতা’ৰ উদ্যোগত অনুষ্ঠিত আঠদিনীয়া যোগ প্ৰশিক্ষণৰ সামৰণি
ETVBHARAT
3 weeks ago
1:11
স্কেটিং খেলেৰে অসমৰ কণ কণ শিশুক বিশ্ব দৰবাৰলৈ নিয়াৰ ব্যতিক্ৰমী প্ৰচেষ্টা
ETVBHARAT
5 weeks ago
2:21
কলিয়াবৰত উপদ্ৰৱ চলাই কুঁৱাত পৰিল বনৰীয়া হাতী
ETVBHARAT
6 weeks ago
2:23
যোৰহাটত পুনৰ পিঞ্জৰাত সোমাল বনৰজা, সাতদিনত তিনিটাকৈ নাহৰফুটুকী উদ্ধাৰ
ETVBHARAT
6 weeks ago
1:39
তিতাবৰত নৃশংস হত্যাকাণ্ড, আৰক্ষীৰ জালত হত্যাকাৰী কুশ
ETVBHARAT
6 weeks ago
1:48
এচাৰিৰ আগত শিক্ষা, দুই ছাত্ৰক গুৰুলা-গুৰুলকৈ প্ৰহাৰ শিক্ষাকৰ
ETVBHARAT
2 months ago
1:16
শৰীৰত বিজেপি শীৰ্ষ নেতাৰ ছবি অংকন কৰি পদযাত্ৰা এজন বিজেপি সমৰ্থকৰ
ETVBHARAT
2 months ago
2:06
ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকেৰে উজলিল মাজুলীৰ জ্যোতিস্মান দত্ত
ETVBHARAT
2 months ago
1:17
বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী
ETVBHARAT
2 months ago
1:14
ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল ৰাইজ
ETVBHARAT
3 months ago
1:50
তিতাবৰত বিদ্যুৎস্পৃষ্ট হৈ এপিডিচিএলৰ কৰ্মচাৰীৰ মৃত্যু
ETVBHARAT
4 months ago
Comments