Skip to playerSkip to main content
  • 1 day ago
ধুবুৰী: প্রতি বছৰে ১৬ জুলাই তাৰিখে বিশ্ব সৰ্প দিৱস পালন কৰা হয় । সাপৰ বিষয়ে সজাগতা বৃদ্ধি কৰা, ভুল ধাৰণা দূৰ কৰা আৰু পৰিৱেশতন্ত্ৰত সাপৰ ভূমিকা বুজাবলৈ এই দিৱস পালন কৰা হয় । এই বিশেষ দিনটোত ধুবুৰীৰ বিশিষ্ট প্ৰকৃতি প্ৰকৃতিপ্ৰেমী মেহতাব উদ্দিন আহমেদে কয়, "প্ৰকৃতিৰ এক গুৰুত্বপূৰ্ণ অংগ হৈছে সাপ । সাপক ভয় কৰি হত্যা কৰাৰ সলনি সিহঁতৰ প্ৰয়োজনীয়তা জনসাধাৰণক অৱগত কৰিব লাগে । সাপে খেতিৰ শস্য খোৱা নিগনি-এন্দুৰ আদি খাই কৃষকক সহায় কৰে ।"উল্লেখ্য যে অসমত বহু বিষাক্ত আৰু অবিষাক্ত সাপ পোৱা যায় । তাৰ ভিতৰত ৰজা ফেঁটী, চকৰী ফেঁটী, শংখচূৰ আৰু বিষাক্ত ভাইপাৰ প্ৰধান । সাপে কামোৰাৰ সময়ত বেজৰ ওচৰলৈ যোৱাৰ সলনি ততাতৈয়াকৈ চিকিৎসক বা চিকিৎসালয়লৈ যোৱাৰ বাবে তেওঁ জনসাধাৰণলৈ আহ্বান জনায় প্ৰকৃতিপ্ৰেমীগৰাকীয়ে । উল্লেখযোগ্য যে মেহতাব উদ্দিন আহমেদ ইতিমধ্যে বহু সাপ জন সমাগম, আৱাসিক এলেকাৰ পৰা উদ্ধাৰ কৰি বন বিভাগৰ সহযোগিতাত অৰণ্যত এৰি দিয়ে ।লগতে পঢ়ক: অসমত বছৰি সংঘটিত কমেও ৩৫০০ সাপে খোঁটাৰ ঘটনা, অন্ধবিশ্বাসৰ পৰিৱৰ্তে সজাগ হোৱাৰ আহ্বান মন্ত্ৰী সিংহলৰসাপ সংৰক্ষণৰ নিৰলস প্ৰচেষ্টা: ২০১৯ চনৰ পৰা ৮০০ৰো অধিক সাপ উদ্ধাৰ বিশ্বনাথ জিলা বন বিভাগৰ

Category

🗞
News
Transcript
00:02.
00:02.
00:02.
00:02.
00:03.
00:32Thank you very much.
00:35We are able to keep our home from our homes.
00:43We are able to stay safe and stay safe.
00:51We are able to keep our homes and to keep our homes.
01:00We are all living in our own house, in our own homes, and in our own homes.
01:18foreign
01:49for the situation where we all have seen over these cibles.
01:52I think that we can't even use these cibles.
01:56We can't even use these cibles.
02:00I use these cibles, in the case of the system.
02:00I go in the case of the cible, but people can't use it,
02:02but they're too often used in the case of the cibles.
02:11They can't use them, but I think that we can't just use it.
02:44Thank you very much.
03:16Thank you very much.
03:24Thank you very much.
Comments

Recommended