Skip to playerSkip to main content
  • 23 minutes ago
শিৱসাগৰ: সততে বিতৰ্কিত মন্তব্যৰে চৰ্চাত থাকি ভালপোৱা ইউনুছ তামুলীৰ বিৰুদ্ধে এইবাৰ নাৰী সন্দৰ্ভত লজ্জাজনক মন্তব্য দিয়াৰ অভিযোগ উত্থাপন হৈছে । নাৰী সমাজে উক্ত বিতৰ্কিত মন্তব্য উঠাই ল’বলৈ আহ্বান জনাইছিল ৷ কিন্তু কোনো গুৰুত্ব প্ৰদান নকৰাত বৃহস্পতিবাৰে জাগৃত নাৰী সমাজ আৰু জাতীয় সংগ্ৰামী মহিলা পৰিষদে ইউনুছ তামুলীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰে ।জাগৃত নাৰী সমাজৰ সভানেত্ৰী পদ্মা চেতিয়াই বিষয়টো সন্দৰ্ভত কয়, "নিৰ্লজ্জ মন্তব্য কৰা ব্যক্তিজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে । তামুলী এজন স্বয়ম্ভু নেতা । নিজকে বাঘ সেনা বুলি কয়, কিন্তু তেওঁ বাঘ সেনা নহয়, এটা মেকুৰী হয় ।" তেওঁৰ যদি সাহস আছে সন্মুখত ক’বলৈ আহ্বান জনায় ।আনহাতে জাতীয় সংগ্ৰামী মহিলা পৰিষদৰ নেত্ৰী ৰিম্পী বড়াই কয়, "এই ইউনুছ তামুলীয়ে শিৱসাগৰলৈ এশ মিঞা আনিব বুলি কৈছিলে । এতিয়া শিৱসাগৰত যে ইমান ড্ৰাগছ ওলাইছে তাৰ ঠিকা ইউনুছ তামুলীয়ে লৈ কমিছন খোৱা নাইতো বুলি সন্দেহ হয় ।" লগতে ইউনুছ তামুলীক অনতিপলমে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় ৰিম্পী বড়াই ।লগতে পঢ়ক: পান কাৰ্ড, ভোটাৰ কাৰ্ড নাগৰিকত্বৰ নথি নহয়: ২০১৯ৰ ৰায় বাহাল ৰাখি গুৱাহাটী উচ্চ ন্য়ায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়মহানগৰীত সিচঁৰতি হৈ আছে এশ কোটিৰো অধিক জালনোট, সৰবৰাহকাৰীৰ স্বীকাৰোক্তি

Category

🗞
News
Transcript
00:00I have not been diagnosed with the fact that I have been diagnosed with the first day of age.
00:13I have not been diagnosed with the last year so far in the early days and so far.
00:25I have not been diagnosed with the Law of Abraham.
00:28The law of Abraham Abraham Abraham and the Indian Asian Asian Asian American Indian Institute
00:42we will need to prevent the migration from the storm.
00:43I'm glad you have got a chance then.
00:46He doesn't have a chance to do to get to the storm.
00:47This has Pete's life,etear, Dienstagrucks.
00:50So I will have to get some of these changes in the storm.
00:50So I've decided to move the storm into the storm.
00:52So I'm not just kidding.
00:53I'm going to move this all together.
00:57You're not just wondering,
00:58but don't worry.
00:59There is a lot of people around the storm.
01:02We will inspire people to get the job done.
01:04Those people get the job done by us,
01:06if we do not to make them work,
01:11we will also retrain them to get the job done by ourselves.
01:14So we are going to be meeting with them,
01:22and we will also plan and live doing work.
01:26We will be working with these people to get the job done.
01:29women
01:31yes
01:32yes
01:32yes
01:35yes
01:36yes
01:36the
01:36the
01:44the
01:48the
01:49It has a chance to say that this is the only one in the country.
01:55The human body is the only one person who has been in the country.
02:01In the area of the country, the human body has been taken over the country.
02:04It's a long time for the people who have been on the country.
02:12foreign
02:29foreign
02:43Thank you so much for joining us.
Comments

Recommended