Skip to playerSkip to main content
  • 6 hours ago
মাজুলী: বুধবাৰে মাজুলীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা । মাজুলীত মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ জন কল্যাণ আঁচনিসমূহৰ ওপৰত এখন প্ৰদৰ্শনী আৰু এখন ভাব-বিনিময় সভাত অংশগ্ৰহণ কৰে । বিশেষ ফেৰীৰে মাজুলীত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়,"দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সহযোগিতাত চৰাইদেউৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিলে । অসমবাসী তথা মাজুলীবাসীয়ে বিচাৰে যাতে মাজুলীয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰে । আমাৰ ৰাজ্য চৰকাৰেও মাজুলীয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি বিচাৰে, গতিকে আমাৰ ফালৰ পৰা যিখিনি কাম কৰিব লাগে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।"ইফালে লণ্ডনৰ বুকুত এতিয়া অসমীয়া সংস্কৃতিৰ জয়যাত্ৰা । ব্ৰিটিছ পাৰ্লিয়ামেণ্টত আমন্ত্ৰিত মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী । কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ মতে,"এয়া আমাৰ হেঁপাহৰ শংকৰী আৰু সত্ৰীয়া সংস্কৃতিক বিশ্বজনীন কৰাৰ এক অনন্য আৰু ঐতিহাসিক মুহূৰ্ত ।" পীতাম্বৰ দেৱগোস্বামীক শুভেচ্ছা জ্ঞাপন কৰে পবিত্ৰ মাৰ্ঘেৰিটাই ।লগতে পঢ়ক: ৰোগী-চিকিৎসক নহয়, বৰপেটাত সাপ-বেঙৰহে বাসস্থানলৈ পৰিণত হৈছে উপ-স্বাস্থ্য কেন্দ্ৰহাতীৰ পৰা অজগৰলৈকে... ! দিছপুৰৰ সমীপতে আন্ধাৰ হ'লেই পেপুৱা লাগে ৰাইজ

Category

🗞
News
Transcript
00:00I don't know how to get into this country in November.
00:04In my opinion, I believe there is an issue for this country.
00:09It is a people who are not aware of this country.
00:11In other words, all the people who are not aware of this country,
00:16there is an issue that we have written in the country.
00:21I think that we have collected so many things
00:23We have also adopted a lot of our work
00:29Of our work
00:30So we have the great work
00:33We have our work
00:35I have to know some of the work
00:37We've also learned how we can take care of this
00:40We've also learned how to do this
00:40But we've also learned what we can
00:44And how we can take care of our social media
00:48So we've done this
00:48Because we have a very strong understanding of this,
00:54so how do we do this?
00:57Yes, I think we have a lot of questions
01:01that we have not seen as a human being,
01:04and we have seen some of the things that we have seen in the video.
01:08Now, we have a lot of questions
01:10that we have been asked to do this,
01:14and we have been asked to do this,
01:18We have heard the people that are in England and have a more positive change in our parliament.
01:26Our colleagues are very concerned about our children and our sisters, our Hong Kongs, our Hong Kongs and Hakkri, our
01:35Hong Kongs, and our Hong Kongs are on our own.
01:38We have a very positive change in our society.
01:41Thank you so much for joining us today, and we will see you in the next one.
Comments

Recommended