Skip to playerSkip to main content
  • 5 minutes ago
নাজিৰা : বুধবাৰে প্ৰখৰ ৰ'দৰ মাজতো নাজিৰাস্থিত অ'এনজিচিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰায় শতাধিক লোকে অৱস্থান ধৰ্মঘট পালন কৰে । অ'এনজিচিৰ গেলেকী তৈলক্ষেত্ৰৰ ব্যক্তিগতকৰণ তৎকালে বন্ধ কৰা, অসম তৈলক্ষেত্ৰ আৰু ৰিগসমূহ ব্যক্তিগত খণ্ডক গতাই দিয়া কাৰ্য বন্ধ কৰা, বিভিন্ন খালী পদত অঞ্চলটোৰ শিক্ষিত থলুৱা নিবনুৱাক শীঘ্ৰে নিযুক্তি প্ৰদান কৰা, শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ সাহাৰ্য আৰু বিধ্বস্ত বাট-পথ নিৰ্মাণৰ বাবে ৫০০ কোটি টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰা আদি দাবীৰে শিৱসাগৰ জিলা গণ সংগঠনসমূহৰ যৌথ সংগ্ৰামী মঞ্চই গ্ৰহণ কৰিলে ধৰ্মঘট কাৰ্যসূচী ৷সমগ্ৰ বিষয়টো সন্দৰ্ভত কমিউনিষ্ট পাৰ্টীৰ নেতা কনক গগৈয়ে কয়, "অ'এনজিচিয়ে অসমৰ সম্পদৰ প্ৰাসংগিকতা নাইকিয়া কৰিবৰ বাবে গভীৰ ষড়যন্ত্ৰ চলিছে । অ'এনজিচিক ইয়াৰ পথা উঠাই নিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৷ অ'এনজিচিক কাৰো পৈত্ৰিক সম্পত্তি নহয় । কোনো দলৰ পৈত্ৰিক সম্পত্তি নহয় ৷ অ'এনজিচি আমাৰ সম্পদ, ৰাইজৰ সম্পদ, আমি ইয়াক ৰক্ষা কৰিবই লাগিব যিকোনো প্ৰকাৰে ।"লগতে পঢ়ক: নিচামুক্ত ভাৰত সংকল্প : বৰপেটাত অসমৰ ৰাজ্যপালৰ পদযাত্ৰা

Category

🗞
News
Transcript
00:00foreign
00:05foreign
00:06foreign
00:06foreign
00:06foreign
00:14foreign
00:24foreign
00:38I will see my family.
00:43This has a lot of people who have a lot of people who have a lot of people joining us.
00:55The people who have a lot of people who have a lot of people who have a lot of people.
01:02This is the head office of ONGC, the head office, and the head office.
01:08This is the finance department, the logistics department, the capital department.
01:15This is the office of the office.
01:20I have to say that I have to say that I have to say that I have to say that.
01:27Now I am going to read CSR funds that we have to represent the 확인 and the way I am
01:34going to translate,
01:34when I am behind this, I am going to do CSR funds that are not able to provide.
01:39I don't understand what CSR funds is at.
01:40CSR funds are not in the head of office.
01:42But I can do CSR funds—
01:45CSR funds will receive ASIO,
01:47certains will receive.
01:57foreign
02:03foreign
02:19I don't know what I'm talking about, I don't know what I'm talking about.

Recommended