Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
জালুগুটি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মেধাৱী শিক্ষাৰ্থীক অভিনন্দন
5 weeks ago
মৰিগাঁও : শুকুৰবাৰে জালুগুটি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক বিশেষ অভিনন্দনৰ এক অনুষ্ঠানৰ আয়োজন কৰা হয় । উল্লেখ্য যে, উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত নিম্নতম ৭৫ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰা জালুগুটি অঞ্চলৰ মেধাৱী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনায় জালুগুটি আঞ্চলিক ছাত্ৰ সন্থাই ৷অনুষ্ঠান উদ্বোধন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধিয়ে কয়, "শিক্ষা হ'ল সমাজ পৰিৱৰ্তনৰ মূল আধাৰ । ছাত্ৰ-ছাত্ৰীসকলেই দেশ আৰু জাতিৰ ভৱিষ্যৎ । আজিৰ এই সফলতাই তেওঁলোকৰ ভৱিষ্যৎ যাত্ৰাৰ আৰম্ভণিহে, সেয়েহে সকলো প্ৰত্যাহ্বান নেওচি শৃংখলাবদ্ধভাবে আগুৱাই যাব লাগিব ।"অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিব্যজ্যোতি চৌধুৰীৰ লগতে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক আৰিফুদ্দিন আহমেদ ৷লগতে পঢ়ক: অসমৰ বানৰ শেহতীয়া তথ্য়: ৯৭ জনৰ মৃত্যু, ক্ষতিগ্ৰস্ত ১১,৮৪,৯৪৪ জন
Category
🗞
News
Transcript
Display full video transcript
00:00
foreign
00:14
foreign
00:59
Thank you very much.
01:23
Thank you very much.
Show less
Comments
Log in to post a comment
Recommended
2:03
|
Up next
বানাক্ৰান্তৰ কাষলৈ ৰাওনা বঙাইগাঁও জিলা আছু আৰু প্ৰেছ ক্লাৱৰ সদস্য
ETVBHARAT
7 weeks ago
2:11
মৰিগাঁৱত ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ সন্মান সমাৰোহ: ৬ আগষ্টৰ পৰা দেশজুৰি নিচামুক্ত অভিযান
ETVBHARAT
2 months ago
3:54
জোনাইৰ বানাক্ৰান্ত ৰাইজৰ কাষত কংগ্ৰেছৰ সেৱাদল, সাহায্য সামগ্ৰী বিতৰণ
ETVBHARAT
2 months ago
1:26
বন্যহস্তীয়ে কৃষি নষ্ট কৰিলে কৃষকে পাব ধন, ঘোষণা বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
ETVBHARAT
2 months ago
1:05
সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন : তিতাবৰৰ দুটা সমষ্টিত খচৰা ভোটাৰ তালিকা প্ৰকাশ
ETVBHARAT
2 months ago
2:02
CJP प्रदर्शन में मारपीट का मामला: स्वतंत्र भारद्वाज का आरोप, राजनीतिक वजहों से हुई गिरफ्तारी, जमानत याचिका पर फैसला सुरक्षित
ETVBHARAT
17 minutes ago
1:48
ದಾವಣಗೆರೆ: ಅನಾರೋಗ್ಯದಿಂದ ಮೃತಪಟ್ಟ ಫೈಟರ್ ಟಗರು; ಮೆರವಣಿಗೆ ಮಾಡಿ ಅಂತ್ಯಸಂಸ್ಕಾರ ನೆರವೇರಿಸಿದ ಮಾಲೀಕರು
ETVBHARAT
20 minutes ago
1:58
नैनीताल जिले में स्वाइन फ्लू से 4 लोगों की मौत, 18 मरीज मिले पॉजिटिव, जानिए लक्षण-बचाव के तरीके
ETVBHARAT
37 minutes ago
0:41
डबरी में गिरकर डेढ़ साल के मासूम की मौत, त्यौहार की खुशियां मातम में बदली
ETVBHARAT
38 minutes ago
2:02
गुरुग्राम में महिला बाइक राइडर को कार ने मारी टक्कर, कैमरे में रिकॉर्ड हुआ हिट एंड रन केस
ETVBHARAT
39 minutes ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
2 months ago
1:10
পানীৰ তলত ৰেম্প, অফলামুখ-নিমাতী ফেৰী সেৱা বন্ধ
ETVBHARAT
3 months ago
3:14
এটা দুটা নহয়, বহুকেইটা গোচৰ চলি আছে: প্ৰধান শিক্ষক নিযুক্তি প্ৰসংগত শিক্ষামন্ত্ৰীৰ ব্যাখ্যা
ETVBHARAT
3 months ago
4:30
পূৰ্বৰ সৌন্দৰ্যতা নাই বৃন্দাবনী বস্ত্ৰত : সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী
ETVBHARAT
3 months ago
2:33
মৰিয়নীত অসম-নাগালেণ্ড সংযোগী পথ অবৰোধ আটছাৰ, সীমা সমস্যা সমাধানৰ দাবী
ETVBHARAT
3 months ago
1:36
অভিভাৱকৰ দায়িত্ব পোৱাৰ পাছতে শিৱসাগৰত উপস্থিত মন্ত্ৰী বিমল বড়া
ETVBHARAT
3 months ago
4:24
অসমত খিলঞ্জীয়া মানুহলৈ সংকট নামি আহিছে : লুৰীণজ্যোতি গগৈ
ETVBHARAT
3 months ago
1:18
ধুবুৰীত গো-মাংসৰ বিৰুদ্ধে অভিযান, চাৰিজনক আটক
ETVBHARAT
4 months ago
1:34
মৰিগাঁৱৰ জালুগুটি নৱোদয় জাতীয় বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান, ৰাইজৰ ব্যপক সহাৰি
ETVBHARAT
4 months ago
3:38
ধিঙৰ পৰা খহিল এআইইউডিএফ, ৰাইজৰ দলৰ দখলত ধিং সমষ্টি
ETVBHARAT
4 months ago
3:44
জাত জাত হাইদাং হুঁচৰি নামেৰে মুখৰিত সোণোৱাল কছাৰী ৰাইজৰ চোতাল
ETVBHARAT
5 months ago
1:04
মৰিগাঁৱত পহিলা ব'হাগৰ পৰাই তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ৰঙালী বিহু
ETVBHARAT
5 months ago
1:26
পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ হাতীচোং দীঘলী বিলত সমূহীয়া মৎস্য চিকাৰ
ETVBHARAT
5 months ago
1:55
প্ৰতিকূল বতৰকো নেওচি হিলদল ভাঙি মাজুলীৰ জনতই দিলে ভোট
ETVBHARAT
5 months ago
9:04
দিছপুৰত বিৰোধী ঐক্যৰ চৰকাৰ : ভোটাধিকাৰ সাব্যস্ত কৰি এই দাবী অজাপ প্ৰাৰ্থী ৰাজেন গোহাঁইৰ
ETVBHARAT
5 months ago
Comments