Skip to playerSkip to main content
  • 2 days ago
যোৰহাট: মৰিয়নী চেলেংহাটৰ বৰ নগঞা গাঁৱৰ দুই ভগ্নী দিয়া পাত্ৰ আৰু দিশা পাত্ৰই মহাৰাষ্ট্ৰৰ পুনেত অনুষ্ঠিত পঞ্চম ৰাষ্ট্ৰীয় টাইকোৱাণ্ড’ৰ পুমছে শাখাত স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হৈছে । অসম তথা মৰিয়নী অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা দুই কন্যা নিজ গাঁৱত উপস্থিত হোৱাৰ লগে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয় । দুয়োগৰাকী খেলুৱৈক গায়ন-বায়নেৰে উষ্ম আদৰণি জনায় ৰাইজে । লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানেও দুয়োকে শুভেচ্ছা আৰু আৰ্শীবাদ প্ৰদান কৰে ।উল্লেখ্য যে টাইকোৱাণ্ড’ মাৰ্চিয়েল আৰ্ট এণ্ড স্প'ৰ্টচ এচ'চিয়েশ্যনৰ যোগেদি অসম দলক প্ৰতিনিধিত্ব কৰি পুনেত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত স্বৰ্ণ জয়ৰ ওপৰিও বিশ্ব টাইকোৱাণ্ড’ চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত হয় দুই ভগ্নী । দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ'বলগীয়া বিশ্ব চেম্পিয়নশ্বিপৰ বাবে দুই ভগ্নীয়ে শীঘ্ৰে প্ৰস্তুতি আৰম্ভ কৰিব বুলিও জানিবলৈ দিয়ে ।সাংস্কৃতিক কৰ্মী তপন পাত্ৰ আৰু নৱনীতা পাত্ৰৰ কন্যা দুগৰাকীয়ে ২০১৭ চনৰপৰা আমগুৰিৰ আছাম টাইকোৱাণ্ড’ একাডেমীত প্ৰশিক্ষণ লৈ আহিছে । নিজৰ দুয়োগৰাকী কন্যা এইদৰে উজলি উঠাত আনন্দ প্ৰকাশ কৰে পিতৃ তপন পাত্ৰই ৷লগতে পঢ়ক: গ্ৰীষ্মকালীন কৰ্মশালাত সত্ৰীয়া সংস্কৃতিৰ চৰ্চা: নৱ-প্ৰজন্মক শিপাৰ সৈতে চিনকি কৰোৱাৰ চেষ্টা

Category

🗞
News
Transcript
00:25Welcome to the National Championship of the National Championship of the National Championship.
00:29In 2015 I would present a World medal and a gift from me.
00:36This is the first time I got a Gold medal at college.
00:42In 2016...
00:43I was very excited about it recently and I had been able to get a Nobel medal at golf in
00:49purchase.
00:50It was the World Championship and we first came to the hotel.
00:53So the union came here, to start with us.
00:56I'll talk to you later.
00:59It is on the next day.
01:00I said, oh, then I will talk to you later.
01:07I'll talk to you later.
01:08This is from Ralu began in the beginning.
01:15I'm going to talk to you later.
01:17I'm going to talk to you about September.
01:46Thank you very much.
01:49Thank you very much.
02:20Thank you very much.
02:56Thank you very much.
Comments

Recommended