Skip to playerSkip to main content
  • 2 days ago
​মৰিগাঁও: শুকুৰবাৰে মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ উদ্যোগত জৰায়ুৰ কেঞ্চাৰ প্ৰতিৰোধী চমুকৈ এইছপিভি ভেকচিন আৰু ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক দিৱস চমুকৈ এনআইডিৰ সফল ৰূপায়ণৰ সন্দৰ্ভত এক আলোচনা সভা অনুষ্ঠিত হয় ৷ উল্লেখ্য যে, জিলাখনৰ ১৪-১৫ বছৰ বয়সীয়া কিশোৰীসকলক এইছপিভি ভেকচিন প্ৰদানৰ লক্ষ্য লোৱা হৈছিল ৷ ইতিমধ্যে জিলাখনত প্ৰায় ৬২ শতাংশ এইছপিভি ভেকচিন প্ৰদানৰ কাম সম্পূৰ্ণ হৈছে বুলি জিলা স্বাস্থ্য বিষয়াই জানিবলৈ দিয়ে ৷ইফালে জিলাখনত এইছপিভি ভেকচিনৰ সন্দৰ্ভত একাংশই চলাই থকা অপপ্ৰচাৰত বিশ্বাস নকৰি নিজৰ সন্তানক এই সুৰক্ষা কবচ প্ৰদান কৰিবলৈ আহ্বান জনাইছে স্বাস্থ্য বিভাগে । আনহাতে, আগন্তুক ২৮ জুনৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জিলাখনত আৰম্ভ হ’ব পালচ পলিঅ’ অভিযান । ​০-৫ বছৰ বয়স পৰ্যন্ত সকলো শিশুকে ওচৰৰ পলিঅ’ বুথলৈ আনি পলিঅ’ খুৱাবলৈ ৰাইজক অনুৰোধ জনাইছে জিলা স্বাস্থ্য বিষয়াই ৷লগতে পঢ়ক:ৰাজপথত মহিলাক আক্ৰমণ কৰা অনা অসমীয়া যুৱকক আটক

Category

🗞
News
Transcript
00:00This is conference meeting.
00:03I invited the NID and SP vaccination.
00:09SP vaccination is the way it is difficult to get the surgery.
00:15I am a patient with the condition of this patient.
00:17What is it?
00:19I have a cancer.
00:21I have a patient with the cancer.
00:23I am a patient with the condition of this patient.
00:28This vaccine has 90% to 100% of the cancer.
00:35This vaccine is a single dose.
00:39This vaccine is a lower dose.
00:42This vaccine is in the same place.
00:53I reviewed this review.
00:55So, our district was 19,574.
01:02That means we have taken a lot of vaccine to get a lot of vaccine.
01:07And with that, we have 62% coverage of each vaccine.
01:13However, the vaccine is covered in the same way.
01:16There is a lot of providers.
01:18There are schools, health, and schools.
01:24and I have a great initiative that we have a medical fraternity, doctor, sister, go-e-hospice,
01:34and we have a vaccine that will be given.
01:37We have a request that we have a vaccine that will be 100% of our target.
01:45I will accept this here.
01:50This is the honor of the student,
01:52when you arrive at CCC, hospital,
01:58and school can do this at home.
02:02These are the honor of the student,
02:07but they are so great.
02:09There is a lot of rumour that the vaccine has been given to us and has been given to us
02:21and has been given to us.
02:28This vaccine has been given to us and has been given to us as well.
Comments

Recommended