Skip to playerSkip to main content
  • 8 minutes ago
মাজুলী : সাত সাগৰ তেৰ নদী পাৰ হৈ ব্ৰিটিছ সংসদত অসমৰ সত্ৰীয়া সংস্কৃতিৰ জয়ধ্বনি বাজিব। পোনপ্ৰথমবাৰৰ বাবে ব্ৰিটিছ পাৰ্লিয়ামেণ্টত প্ৰদৰ্শন কৰা হ'ব অসমৰ বৈষ্ণৱ সংস্কৃতি । মাজুলী আউনীআটী সত্ৰৰ পৰা লণ্ডনলৈ বুলি সোমবাৰে যাত্ৰা কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে ।ব্ৰিটিছ সংসদৰ ১৫ নম্বৰ গৃহত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ সম্পৰ্কে বিশেষ বক্তৃতা প্ৰদান কৰিব মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে । এক বিশেষ সভাত উপস্থিত থাকিব ব্ৰিটেইনৰ প্ৰায় ৬২ গৰাকী সাংসদ । অনুষ্ঠানটোৰ মূল সঞ্চালনা কৰিব ব্ৰিটেইনৰ মুখ্য সাংসদ ববে ।  অহা ১৭ জুনত এই সভাখন লণ্ডনৰ সময় অনুসৰি সন্ধিয়া ৬ বজাৰ পৰা নিশা ৮ বজালৈ অনুষ্ঠিত হ’ব । এই দুঘণ্টাৰ কাৰ্যসূচীত কেৱল বক্তৃতাই নহয়, প্ৰদৰ্শিত হ’ব অসমৰ সত্ৰীয়া নৃত্য-গীতো । ইয়াৰে ৩০ মিনিট সত্ৰাধিকাৰগৰাকীয়ে ভাষণ আগবঢ়াব । এঘণ্টা সময় ব্ৰিটিছ সাংসদসকলৰ আগত সত্ৰীয়া সংস্কৃতিৰ বাৰেৰহণীয়া কলা-সংস্কৃতি প্ৰদৰ্শন কৰা হ’ব, য’ত প্ৰশ্নোত্তৰ শিতানো অন্তৰ্ভুক্ত থাকিব ।লগতে পঢ়ক:সন্ত্রাসবিৰোধী অভিযানত অসাধাৰণ সাহসিকতাৰ স্বীকৃতি: মেজৰ ভাৰ্গৱ কলিতালৈ শৌৰ্য চক্ৰজাতি-জনগোষ্ঠীৰ সমন্বয়ৰ সেতুবন্ধনৰ আয়োজন

Category

🗞
News
Transcript
00:00The first time I was busy with British Parliament in the old age of 19 years,
00:06and a great honor of the death of the British Parliament.
00:12I am inspired by this memory and sensibility of the British Parliament.
00:24I am a
00:25the MPs have been the same, the wrong person, who has been the same.
00:38And the MPs are the same, and the U.S.P. has been the same.
01:17Thank you very much.
01:31Thank you very much.
01:48Thank you very much.
Comments

Recommended