Skip to playerSkip to main content
  • 2 days ago
সোণাপুৰ: কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়াৰ ক্ষেত্ৰী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত দিনক দিনে বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধি হৈ আহিছে ৷ খাদ্য আৰু বাসস্থানৰ সন্ধানত বিগত কিছুদিন ধৰি বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীয়ে সমগ্ৰ অঞ্চলটোতে এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে ।অন্য দিনবোৰৰ দৰে শুকুৰবাৰে নিশাও অঞ্চলটোত বন্যহস্তীয়ে উপদ্ৰৱ চলায় ৷ নিশা এটা প্ৰকাণ্ড বন্যহস্তীয়ে ক্ষেত্ৰীৰ নোৱাগাঁৱত প্ৰৱেশ কৰে আৰু স্থানীয় বাসিন্দা কমল বসুমতাৰী নামৰ লোকজনৰ বাসগৃহত আক্ৰমণ কৰে ৷ ফলত কথমপি পৰিয়ালটোৰ প্ৰাণ ৰক্ষা পৰে ৷পৰিয়ালটোৰ ভুক্তভোগী মহিলাগৰাকীয়ে কয়, ‘‘আমি নিশা শুই থকা অৱস্থাতে হাতী আহে আৰু আমাৰ ঘৰটোত আক্ৰমণ কৰে ৷ ফলত ঘৰৰ বেৰৰ আৰু কিছু বস্তু অনিষ্ট হয় ৷ চকুৰ সমুখতে হাতী দেখি আমি বহু ভয় খালো ৷ দিন ভাল আছিল, যাৰ বাবে আমাৰ কাৰো একো নহ’ল ৷’’এই ঘটনাৰ পাছতে সমগ্ৰ নোৱাগাঁও অঞ্চলৰ লগতে সমীপৱৰ্তী গাঁওসমূহৰ ৰাইজৰ মাজত তীব্ৰ আতংক আৰু ক্ষোভৰ সৃষ্টি হৈছে । এই ক্ষেত্ৰত বন বিভাগৰ ভূমিকাৰ ওপৰতো স্থানীয় ৰাইজে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ।লগতে পঢ়ক : ৰাজপথৰ দাঁতিত বন্যহস্তীৰ বিচৰণত আতংকিত গঞালগতে পঢ়ক : বন্যহস্তীৰ উপদ্ৰৱ: ভুক্তভোগী ৰাইজে উজাগৰে পাৰ কৰিছে নিশা

Category

🗞
News
Transcript
00:02music
00:23I'm going to go to the river.
00:29If you don't care, your family is emotional.
00:43I'd never know who I'm at.
00:49I'll be there.
00:50But I had to go to the hospital.
00:53So before I got down to the hospital,
01:00I was going to get there.
01:04After that, I got here at the hospital.
01:09water and use water, so that the water can grow in water, and the water needs to be able to
01:14water and get water.
Comments

Recommended