Skip to playerSkip to main content
  • 3 minutes ago
ডিব্ৰুগড় : তৃতীয়বাৰলৈ টিংখাং সমষ্টিৰ পৰা জয়লাভ কৰি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ বিধায়ক বিমল বড়াই । দ্বিতীয়বাৰৰ বাবে বিমল বড়াক দিয়া হৈছে সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ আৰু বাণিজ্য ৰাজহুৱা উদ্যোগ আৰু এক্ট ইষ্ট পলিচি এফেয়াৰ্ছ বিভাগৰ লগতে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ৷মন্ত্ৰিত্ব লাভ কৰা পাছত বুধবাৰে গৃহ সমষ্টি টিংখাঙত মন্ত্ৰী বড়াক বিপুল ৰাইজে আদৰণি জনায় । গৃহ সমষ্টিত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে মহিমামণ্ডিত শ্ৰীশ্ৰী যুৰীয়া আই থানত সেৱা লৈ আগন্তুক কাৰ্যকালৰ বাবে আশীষ বিচৰাৰ লগতে শ্ৰীশ্ৰী যুৰীয়া আইথানৰ প্ৰাংগণত নিৰ্মাণ কৰা ৰাজগড় প্ৰেক্ষাগৃহৰ শুভ উদ্বোধন কৰে । ইয়াৰ পাছতে প্ৰেক্ষাগৃহত উপস্থিত থকা সহস্ৰাধিক ৰাইজৰ ওচৰত আঠুকাঢ়ি সেৱা লৈ কৃতজ্ঞতা প্ৰকাশ কৰে।ৰাইজৰ সম্বৰ্ধনা গ্ৰহণ কৰি মন্ত্ৰী বৰাই কয়, "এগৰাকী জনপ্ৰতিনিধিৰ বাবে সমষ্টিৰ ৰাইজৰ আশীৰ্বাদহে আটাইতকৈ ডাঙৰ কথা । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰিত্ব দিয়াৰ পাছত আজি সমষ্টিৰ সকলো ৰাইজে আশীৰ্বাদ আৰু শুভেচ্ছা জনাইছে । সমষ্টিৰ ৰাইজৰ সাহসৰ বাবে মন্ত্ৰী হিচাপে কাম কৰাত যথেষ্ট সুবিধা হৈছে । ৰাইজৰ আশীৰ্বাদ আৰু পাৰ ভঙা উৎসাহে আগন্তুক দিনত দায়ৱদ্ধতাৰে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব ৷"লগতে পঢ়ক :  অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লৈয়ে বৰপেটা সত্ৰৰ আশীষ ল’লে মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰেলগতে পঢ়ক :  অভিভাৱকৰ দায়িত্ব পোৱাৰ পাছতে শিৱসাগৰত উপস্থিত মন্ত্ৰী বিমল বড়া

Category

🗞
News
Transcript
00:00I am a proud member of the RISOR and the RISOR.
00:09Today, I am a proud member of the RISOR and the RISOR.
00:21So we should now sit down, like an example of a few places,
00:26come from my mom, home, mom, mom, home, mom, mom, mum,
00:31home, mom, mom, mom, mom, mom, mom, mom, mom, mom, mom, mom, mom, mom, mom.
00:42It's been a long time and I'm very happy to be here.
00:47I have come to come and I have come from the land of the land that is very difficult.
00:56I have seen them as well.
00:58I have seen them as well.
01:06I have seen them as well.
01:15This is the first time I have been working.
01:19I have been working on this project for now.
01:28I have been working on this project for now.
01:34I have been working on this project for now.
01:41This is the project that has been downloaded from the Udddu.
01:44We have been able to create a project for the Udddu,
01:47and we have been able to create a project for the Udddu.
01:58this is the case for the Air Aero
02:03that is based on the type of eocosystem
02:03We are based on eocosystems
02:05at Arthamish Aba
02:09We are based on the ecosystem
02:13that is because the ecosystem is mainly
02:17eocosystems
02:18let us know
02:18this ecosystem is funded
02:21we all need to be put
02:23this ecosystem is very expensive
02:25This is the best investment destination for the European Union delegation.
02:43This is the best investment for the European Union and the global business leaders.
02:52This is the best investment for the European Union.
02:56This is the best investment for the European Union.
Comments

Recommended