Skip to playerSkip to main content
  • 26 minutes ago
মাজুলী: বিগত কেইবাবছৰ ধৰি মাজুলীৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ এটা বৃহৎ জাকে উপ্ৰদৱ চলাই আহিছে । বনৰীয়া হাতীৰ এই বৃহৎ জাকটোৱে মাজুলীৰ বিভিন্ন অঞ্চলত ঘৰ-দুৱাৰ ভঙাৰ লগতে কৃষকৰ খেতি পথাৰত যথেষ্ট অনিষ্ট সাধন কৰি আহিছে । বনৰীয়া হাতীৰ এই অনিষ্টৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দক্ষিণ কৈৱৰ্ত গাঁৱৰ কৃষকসকলৰ লগতে গাঁৱৰ সমূহ ৰাইজ একত্ৰিত হৈ বুধবাৰে যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ সমীপত ভোগ অৰ্পণ কৰাৰ লগতে এভাগি নাম অনুষ্ঠিত কৰে । তেওঁলোকে আশা কৰে গণেশ বাবাই তেওঁলোকৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাব আৰু তেওঁলোকৰ খেতি পথাৰলৈ অহাৰ পথ পৰিহাৰ কৰি বেলেগ পথ বাচি ল’ব । যাৰ দ্বাৰা এই অঞ্চলৰ কৃষকসকল উপকৃত হ’ব ।এজন লোকে কয়, ‘‘আজি আমি এই নামভাগ আগবঢ়াইছো ৷ গণেশ বাবাই আমাৰ এই আহ্বান নিশ্চয় শুনিব ৷’’লগতে পঢ়ক : উজনি অসমত পুনৰ বানৰ আশংকা: নীপকোৱে আকৌ খুলি দিলে তিনিখনকৈ গেট

Category

🗞
News
Transcript
00:00Man t'yap
00:00On Khe Ti Pulu Ka Duhuyo Niran Da Maan Da Ba
00:10Kha Maastare Ya Na Alipara Maan Da Ba
00:19Ima Vastah Amad Akin Pa Pa Dho Jikhand Parag
00:22Ima Kha Kha Gha Qura Yma Kha Gha
00:27I have a lot of people who want to go to the village.
00:29I have been in this village and I have been in this village to the village.
00:38I have been out of here in the village and I have been out of here.
00:48This is the first place.
01:26Thank you so much for joining us.

Recommended