Skip to playerSkip to main content
  • 2 days ago
ধুবুৰী : আহাৰ মহীয়া বানে ৰাজ্যত ক্ৰমাৎ সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লেখীয়াকৈ ধুবুৰী জিলাতো বাঢ়নী নৈৰ পানীৰ স্তৰ বহু বৃদ্ধি পাইছে ।ধুবুৰী জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰকল্প বিষয়া মোফাৰ্জেল সৰকাৰে কয়, ‘‘জিলাখনৰ মাজেৰে বৈ যোৱা গৌৰাং, টিপকাই, চম্পাৱতী, গংগাধৰ নৈৰ পানী বৃদ্ধি পাই আছে ৷ জিলাখনৰ নৈ পৰীয়া অঞ্চলত এলাৰ্ট জাৰী কৰা হৈছে ৷ "তেওঁ লগতে কয়, "নৈৰ বাঢ়নী পানীত যাতে কোনো লোকে নামি নাযায়, তাৰ বাবেও জিলা প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰাখিছে । লগতে সম্ভাব্য বিপদৰ পৰা ৰাইজক ৰক্ষা কৰাৰ বাবে আপদা মিত্ৰ, ক্ষেত্ৰ বিষয়াক নৈপৰীয়া বিভিন্ন অঞ্চলত নিয়োগ কৰা হৈছে ৷’’সৰকাৰে লগতে কয়, ‘‘নদীপথ এলেকাত দূৰণিবটীয়া নাও চলাচলৰ ক্ষেত্ৰত সাৱধনতা অৱলম্বন কৰা হৈছে । জল পৰিবহন বিভাগক এই ক্ষেত্ৰত চোকা দৃষ্টি ৰখাৰ বাবে কোৱা হৈছে ৷’’লগতে পঢ়ক : আহাৰৰ বানত বুৰিছে জোনাই; বন্যাক্ৰান্তৰ খবৰ ল’লে মন্ত্ৰী কেশৱ‌ মহন্ত আৰু সুশান্ত বৰগোহাঁয়ে

Category

🗞
News
Transcript
00:00We have been very close to the city of Rue,
00:05which has been very close to 28,
00:07but we are extremely close to the city of Rue.
00:12We have been able to have very close close to the city of Rue,
00:20ату ��� સિતતેણ સે મੱમ સીરદ આજ જકેતેરસે ઊસે એધગ આજ આજઙમડ સે વટેણ આ વટેણ આથથકે, આજ્ત એુકે સેમ
00:37વ�
00:45You will know, the details are the same and the details are in person.
00:48So now, we have to alert to the results and to meet the details and the details are in person.
00:54We are also interested in the process of finding the data from the district.
01:01We are in person for interest and informational.
01:07I will be able to engage with the IWD official,
01:18and I will be able to engage with the IWD official.
01:33I did not get a lot of people think...
01:36Omgoreng, Tipkai, Sombavoti
01:40...Ganga Dhar...
01:41...Gotikiriyor River Rising Trends...
01:43..Pani Bahariyayas...
01:44..Jehye to Aamala Upstreamot...
01:46...Pani Borkomor Front...
01:48...Pani Ahiayas...
01:48...So..
01:49...Augginnath,...
01:52...Pani Bahariyas...
01:57...Hehkaen Aamala...
01:58...Sarifele Aamala...
01:59...Hatara Proto...
01:59...Augolomor Korayayas.
Comments

Recommended