Skip to playerSkip to main content
  • 2 days ago
বাক্সা : ৪২ নং বাক্সা বিধানসভা সমষ্টিত বিপিএফ দলৰ মনেশ্বৰ ব্ৰহ্মই ইউপিপিএল দলৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মতকৈ কেইবাহাজাৰ ভোটৰ ব্য়ৱধানত আগবাঢ়ি আছে ৷ ইয়াৰ মাজতেই বিপিএফ দলৰ প্ৰাৰ্থীগৰাকীয়ে বিটিচিৰ আটাইকেইটা সমষ্টিতেই এনডিএৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত বুলি দাবী কৰি কয়, "বৃহৎ ব্য়ৱধানত জয়ী হ'ম বুলি আশা কৰিছো । ২০-২৫ হাজাৰৰ ব্য়ধানত জয়ী হম বুলি ভাবিছো যদিও ১৫ হাজাৰত জয়ী হ'লেও কোনো কথা নাই । বিপিএফে ১১টা আৰু বিজেপিয়ে ৪টা সমষ্টিতেই জয়ী হ'ব ।"ইপিনে, চিপৰাং সন্দৰ্ভতো মন্তব্য কৰিলে বিপিএফৰ প্ৰাৰ্থী মনেশ্বৰ ব্ৰহ্মই । তেওঁ কয়, "চিপৰাং মৰা মই দেখা নাই । বিপিএফ, বিজেপিৰ সকলোৱে আমাক সহায় কৰিছে ।" আনহাতে, ৪১ নং মানাহ বিধানসভা সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীয়ে ইউপিপিএল দলৰ প্ৰাৰ্থী জৌংশ্ৰাং ব্ৰহ্মত কৈ কেইবাহাজাৰ ভোটত আগবাঢ়ি আছে ।লগতে পঢ়ক:লাইভ অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ লাইভ আপডেট: জালুকবাৰীত হিমন্তৰ অগ্ৰগতি; যোৰহাট, খোৱাং আৰু শিৱসাগৰত পিছ পৰি আছে তিনি গগৈলাইভ অসম বিধানসভা নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ প্ৰাৰ্থী : যোৰহাটত পুনৰ ফুলিব পদুম ! আশা ভংগ হোৱাৰ দিশে গৌৰৱৰ

Category

🗞
News
Transcript
00:00This is the security owner of the city of Rizal in February, the DPF-NDR February.
00:07We have a lot of margin in the city of Rizal in February.
00:16We have a lot of margin in the city of Rizal in February.
00:34łościology.
00:35Pardon.
00:35What happened?
00:39Did you HUA go to his schoolhouse?
00:50What happened?
00:53Why was your donor?
00:552.
00:563.
00:573.
00:57My mother is there for 5 years.
00:58I was in the area of Zipir and the other country I saw.
01:03But I was a citizen that I was a citizen and I was a citizen.
01:10What do you think of Zipir and Zipir?
01:13Zipir is a lot of Zipir, a lot of people have I still have.
01:57My husband has a lot of business, but I have a lot of business.
02:10Not a lot of business.
02:13I kept saying, Who is it?
02:14I do not have a situation they do, I have a candidate, the entire group has been married.
02:55It doesn't mean that the
02:56people don't know.
03:01.
03:01.
03:01.
03:01.
03:01.
03:01.
03:01.
03:01.
03:01.
03:01.
03:02.
03:02.
Comments

Recommended