Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
মুছলপুৰত এইবাৰ ফুলিব বিজেপিৰ পদুম: দৃঢ় বিজেপিৰ প্ৰাৰ্থী
11 months ago
বাক্সা: এক উৎসৱমুখৰ পৰিৱেশ ৷ চাৰিওফালে হুলস্থূল, কোনোবাই যদি বোমা ফুটাইছে আন কোনোবাই আকৌ শ্ল’গান দি প্ৰকাশ কৰিছে নিজৰ মনৰ আনন্দ ৷ এয়া কোনো বিয়া-সবাহ দৃশ্য নহয় ৷ আচলতে বিজেপিৰ তৃতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ হোৱাৰ পাছতে আনন্দৰ জোৱাৰ উঠিছে মুছলপুৰ পৰিষদীয় সমষ্টিৰ বৰমাস্থিত মুছলপুৰ মণ্ডল বিজেপি কাৰ্যালয়ত ।মুছলপুৰ বি টি চি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল ৰিদীপ ডেকা । প্ৰাৰ্থিত্বৰ টিকট লাভ কৰি বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, প্ৰভাৰী ৰণজিৎ কুমাৰ দাসক ধন্যবাদ জনায় ৰিদীপ কুমাৰ ডেকাই ।‘‘মুছলপুৰ পৰিষদীয় সমষ্টিটো এইবাৰ বিজেপিৰ দখললৈ অহাটো খাটাং ৷’’ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই মন্তব্য কৰে প্ৰাৰ্থী ৰিদীপ কুমাৰ ডেকাই ।ইতিমধ্যে সকলোৰে জ্ঞাত যে ২২ ছেপ্টেম্বৰত হ’ব বি টি চি নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ ২৬ ছেপ্টেম্বৰত বি টি চি নিৰ্বাচনৰ ভোটগণনা আৰু মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ২ ছেপ্টেম্বৰ ।লগতে পঢ়ক : চিৰাঙত নিৰ্বাচনৰ গৰম বতাহ, চাৰিগৰাকীকৈ বাঘা বাঘা নেতাৰ মনোনয়ন দাখিললগতে পঢ়ক : বিটিচি দখলৰ লক্ষ্যৰে বিপিএফে ঘোষণা কৰিলে অন্তিমখন প্ৰাৰ্থী তালিকা, কোন সমষ্টি বাছি ল’লে হাগ্ৰামা মহিলাৰীয়ে ?
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you very much, Dr. Himmanto.
00:30
Thank you very much.
01:00
Thank you very much.
Show less
Comments
Add your comment
Recommended
1:42
|
Up next
পানী কমিছে যদিও কমা নাই জাঁজীমুখৰ কুমলীয়া চাপৰিৰ ৰাইজৰ দুখ-কষ্ট
ETVBHARAT
3 days ago
2:52
নীটত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়ালে উদীপ্ত শইকীয়াই
ETVBHARAT
2 weeks ago
1:07
সপোন পূৰণৰ দিশে সত্যজিত নৰহৰ আৰু এখোজ...
ETVBHARAT
2 weeks ago
2:11
মৰিগাঁৱত ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ সন্মান সমাৰোহ: ৬ আগষ্টৰ পৰা দেশজুৰি নিচামুক্ত অভিযান
ETVBHARAT
3 weeks ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
4 weeks ago
14:02
'ਰਾਜਾ ਕੋਈ ਰੱਬ ਨਹੀਂ ਹੈ', ਮਦਨ ਲਾਲ ਜਲਾਲਪੁਰ ਘਰ ਪੁੱਜੇ ਸਾਬਕਾ CM ਚੰਨੀ ਸਣੇ ਕਈ ਲੀਡਰ
ETVBHARAT
4 hours ago
0:39
ସପ୍ତମ ଶ୍ରେଣୀ ଛାତ୍ରୀଙ୍କୁ ଅସଦାଚରଣ କରି ଶିକ୍ଷକ ଗିରଫ୍
ETVBHARAT
4 hours ago
1:06
વડોદરા: તાંદલજામાં રોડ રોલરની નીચે આવી જતા કિશોરીનું કમકમાટીભર્યું મોત
ETVBHARAT
4 hours ago
2:26
12 ஆண்டுகளுக்கு ஒரு முறை மட்டுமே பூக்கும் குறிஞ்சி மலர்: பிரத்யேக 'கழுகு' பார்வை காட்சிகள்
ETVBHARAT
4 hours ago
2:05
ਚੱਲਦੀ ਮੀਟਿੰਗ 'ਚ ਆਪਸ ਵਿੱਚ ਭਿੜ ਗਏ ਕਾਂਗਰਸੀ ਵਰਕਰ, ਰਾਜਾ ਵੜਿੰਗ ਤੇ ਭੂਪੇਸ਼ ਬਘੇਲ ਦਾ ਵੱਡਾ ਬਿਆਨ !
ETVBHARAT
4 hours ago
3:42
বটদ্ৰৱাত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ, তৎপৰতা বৃদ্ধি স্বাস্থ্য বিভাগৰ
ETVBHARAT
4 weeks ago
1:10
পানীৰ তলত ৰেম্প, অফলামুখ-নিমাতী ফেৰী সেৱা বন্ধ
ETVBHARAT
5 weeks ago
4:30
পূৰ্বৰ সৌন্দৰ্যতা নাই বৃন্দাবনী বস্ত্ৰত : সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী
ETVBHARAT
5 weeks ago
3:26
গোলকগঞ্জত একেলগে ২১গৰাকী ছাত্ৰী হঠাতেই অসুস্থ, চিকিৎসালয়ত ভৰ্তি
ETVBHARAT
5 weeks ago
1:30
শুই থাকোতেই বন্যহস্তীৰ আক্ৰমণত মৃত্যু
ETVBHARAT
5 weeks ago
1:27
ডিব্ৰুগড়ত প্ৰায় ১.৪ কোটি মূল্যৰ নিষিদ্ধ সামগ্ৰী দাহ
ETVBHARAT
5 weeks ago
1:02
অসমৰ তৃতীয়টো ক্ৰীড়া সন্থা শিলচৰ স্প’ৰ্টিং ক্লাবৰ ৯০ বছৰ সম্পূৰ্ণ
ETVBHARAT
7 weeks ago
1:22
ক্ষেত্ৰীত বন্যহস্তীৰ ত্ৰাস: নোৱাগাঁৱত বাসগৃহ ক্ষতিসাধন, কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ
ETVBHARAT
7 weeks ago
1:44
মাজুলীত ১৫০০ লিটাৰ অবৈধ বিলাতী সুৰা ধ্বংস
ETVBHARAT
7 weeks ago
0:48
যোগীঘোপাৰ হোটেলত ওলাল নিষিদ্ধ মাংস
ETVBHARAT
7 weeks ago
1:09
চৰাইদেউৰ কামাণ্ডো শিৱিৰত ভয়ংকৰ ঘটনা, আত্মহত্যা জোৱানৰ
ETVBHARAT
2 months ago
0:45
বৰপেটাত জন ভাগিদাৰী অভিযান: জনজাতীয় লোকৰ সৰ্বাংগীন উন্নয়নেই প্ৰশাসনৰ লক্ষ্য
ETVBHARAT
3 months ago
1:40
দেৰগাঁৱত নিশা ভালুকৰ মুক্ত বিচৰণ; আতংকিত ৰাইজ
ETVBHARAT
3 months ago
4:28
নগাঁৱত ডকাইতি: চিকিৎসকৰ পৰিয়ালক আক্ৰমণ কৰি লুটিলে ধন-সোণ
ETVBHARAT
3 months ago
2:24
ৰাইজৰ সুবিধাৰ্থে অমৃত কুমাৰ বুঢ়াগোহাঁইৰ দ্বাৰা দুখনকৈ এম্বুলেন্স দান
ETVBHARAT
3 months ago
Comments