Skip to playerSkip to main content
  • 3 days ago
মাজুলী: মাজুলী আৰক্ষীয়ে জব্দ কৰা প্ৰায় ১৫০০ লিটাৰ অবৈধ বিলাতী সুৰা আদালতৰ নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰে দৰবাৰ চাপৰিত ধ্বংস কৰা হয় । জানিব পৰা মতে, নষ্ট কৰা এই সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় ১৫ লক্ষাধিক টকা ৷ পোন প্ৰথমবাৰৰ বাবে মাজুলী আৰক্ষীয়ে এনেদৰে ধ্বংস কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা ।উল্লেখ্য যে, বিগত কেইবামাহ ধৰি মাজুলী আৰক্ষীয়ে জিলাখনত অবৈধভাৱে বিক্ৰী কৰা সুৰাৰ বিৰুদ্ধে অভিযান চলাই আহিছে । এই অভিযানত মাজুলীৰ বিভিন্ন স্থানৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ সুৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ।মাজুলী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘যোৱা মাহকেইটাত জিলাখনত মাজুলী আৰক্ষীয়ে অবৈধভাৱে বিক্ৰী কৰা সুৰাৰ বিৰুদ্ধে অভিযান চলাইছিলো ৷ এই অভিযানত বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰিবলৈও সক্ষম হৈছিলো । আজি আদালতৰ নিৰ্দেশ মৰ্মে আমি সেই অবৈধ সুৰাসমূহ ধ্বংস কৰিছো ।’’তেওঁ লগতে কয়, ‘‘আগতকৈ এই অপৰাধ কমিছে যদিও আজিৰ তাৰিখত মাজুলীৰ কিছু কিছু স্থানত কিছু লোকে অবৈধভাৱে সুৰা বিক্ৰী কৰি আহিছে, সেই সকলৰ বিৰুদ্ধে অনাগত দিনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।’’লগতে পঢ়ক : বিলাসী বাহনৰ পৰা ওলাল ছাগলী, সুৰা, উদ্ধাৰ লাখ টকাৰ সোণৰ অলংকাৰলগতে পঢ়ক : মহাৰাষ্ট্ৰত বিষাক্ত সুৰাই প্ৰাণ ল’লে কমেও ১৫ জনৰ

Category

🗞
News
Transcript
00:02foreign
00:22foreign
00:30I was that good.
00:34I was that good.
00:35I was that good.
00:36I was that good.
00:39And I was that good.
00:41I had to work out my work.
00:46I was doing my work and I had to work out.
00:52I had to work out a lot.
00:54I am not going to work out with the other people.
00:57We have to make the same place for our community.
01:00We are all in the community, so we are working in the community.
01:09We are very proud of you.
01:12We are very proud of you.
01:15We are very proud of you.
01:17We are proud of you.
01:22This is the case, but it is not a case that we have to use this case, and it is
01:28not a case that it is a case that we have to use.
01:39How many days?
01:41This is the case that we have to use.
Comments

Recommended