Skip to playerSkip to main content
  • 1 week ago
মঙলদৈ : ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে । তাৰ মাজতে দৰং জিলাৰ ধূলাত আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ হৈছে । ইছলামপুৰৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক আলামিন আলী আকন্দৰ ঘৰৰ পৰা উদ্ধাৰ নিচাজাতীয় সামগ্ৰীখিনি । চোতালত গাঁত খান্দি সামগ্ৰীখিনি পুতি থোৱা আছিল । গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ধূলা আৰক্ষীয়ে অভিযান চলাই এই বৃহৎ সফলতা লাভ কৰে । ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক আটক কৰিছে । অভিযুক্তৰ পিতৃকো আৰক্ষীয়ে আটক কৰে । আৰক্ষীয়ে এখন চাৰিচকীয়া বাহন আৰু আপত্তিজনক সামগ্ৰীও জব্দ কৰিছে ।এই সন্দৰ্ভত এজন স্থানীয় লোকে কয়, "গাঁওৰক্ষী বাহিনীৰ সম্পাদকজন বহু বছৰৰ পৰা এই ব্যৱসায় চলাই আছিল । তেওঁৰ ফাৰ্মাচীৰ লাইচেঞ্চ আছে । তাৰ সুযোগ লৈ ঘৰৰ পৰা এই অসামাজিক কাৰ্যকলাপ কৰি আছিল । বহু যুৱকক ধ্বংসৰ মুখলৈ ঠেলি দিছে । তেওঁ এজন চৰকাৰী লোক । তাৰ পিছতো এনে কামত জড়িত আছিল । দৰং জিলাৰ বিভিন্ন স্থানত তেওঁ এই ব্যৱসায় চলাই আছিল । ধূলা আৰক্ষীক ধন্যবাদ জনাইছোঁ ।"লগতে পঢ়ক :ডেৰবছৰীয়া সন্তানক লগত লৈ ভোগদৈত জাপ দিলে মাতৃয়ে

Category

🗞
News
Transcript
00:00Today, we are very pleased with the government.
00:07We are talking about the government, the government, the government, the government, the government, and the government.
00:16...
00:19...
00:21The
00:22is
00:23a
00:24and
00:25a
00:26car
00:27and
00:27the
00:28car
00:28is
00:29a
00:29car
00:29and
00:30the
00:30car
00:31is
00:31car
00:31It's been a long time for the last year.
00:34It's been a long time and it's been a long time for a long time.
00:46It has been a long time since.
00:46So it's been a long time for the past few years.
00:51It's been a long time for the last time.
00:53Thank you very much.
01:25Thank you very much.
Comments

Recommended