Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
বৰমাত স্বাধীনতা দিৱস উপলক্ষে বিজেপিৰ ত্ৰিৰংগা যাত্ৰা
2 days ago
বাক্সা : ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বৰমাত বাক্সা জিলা বিজেপি মণ্ডলৰ ত্ৰিৰংগা যাত্ৰা । এই ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰে বিজেপি মণ্ডলৰ বাক্সা জিলাৰ সভাপতি ৰিদীপ ডেকাই ৷ স্বাধীনতা দিৱস উদযাপনৰ প্ৰাকক্ষণত দেশপ্ৰেমৰ বাণীৰে মুখৰিত হৈ পৰে বৰমা । দেশপ্ৰেমমূলক শ্লোগানেৰে মুখৰিত হৈ পৰা যাত্ৰাই বৰমাৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰে ।স্বাধীনতা দিৱসৰ প্ৰতি জনসাধাৰণৰ শ্ৰদ্ধা আৰু দেশপ্ৰেমৰ মনোভাব প্ৰকাশ কৰাৰ লগতে নৱপ্ৰজন্মৰ মাজত ৰাষ্ট্ৰীয় ঐক্য আৰু দেশপ্ৰেমৰ চেতনা জগাই তোলাই আছিল এই ত্ৰিৰংগা যাত্ৰাৰ অন্যতম উদ্দেশ্য । ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰি বিটিচিৰ এমচিএলএ ৰিদীপ ডেকাই কয়, "আমাৰ এই স্বাধীনতাৰ সময়ত হাজাৰ হাজাৰ সংগ্ৰামীয়ে বলিদান দিছিল ৷ তেখেতসকলক আমি এই সময়ত শ্ৰদ্ধাৰে সুৱৰিছোঁ ৷ দেশৰ ভিতৰত থকা অপশক্তিক আমি প্ৰশ্ৰয় দিব নালাগিব ৷ আমি এই ত্ৰিৰংগা যাত্ৰাৰ জৰিয়তে ঘৰে ঘৰে ত্ৰিৰংগ পতাকা উৰুৱাবলৈ উৎসাহিত কৰিব লাগিব ৷ বাহিৰৰ একাংশ শক্তিয়ে আমাৰ যুৱচামক অবাটে নিয়াৰ চেষ্টা অহৰহ কৰি আছে ৷ আমি এই অপশক্তিৰ বিৰূদ্ধে একেলগে থিয় দিব লাগিব ৷" লগতে পঢ়ক :৮০ সংখ্যক স্বাধীনতা দিৱস প্ৰকক্ষণত বাক্সা-নগাঁও-তিনিচুকীয়াত হৰ ঘৰ ত্ৰিৰংগা ৰেলী
Category
🗞
News
Transcript
Display full video transcript
00:28
Thank you very much.
00:30
Thank you very much.
Show less
Comments
Log in to post a comment
Recommended
2:26
|
Up next
বানাক্ৰান্ত ৰাইজে কোনো অসুবিধা নোপোৱাকৈ সকলোবোৰ ব্যৱস্থা কৰা হ'ব: স্বাস্থ্যমন্ত্ৰীৰ আশ্বাস
ETVBHARAT
1 week ago
3:40
চেৰেণ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে চিমেন চাপৰি
ETVBHARAT
2 weeks ago
1:03
বানাক্ৰান্ত ৰাইজৰ বাবে নিজৰ দোকানৰ নতুন কাপোৰ দিলে আব্দুল মতিন শ্বেখে
ETVBHARAT
2 weeks ago
2:14
জৰাজীৰ্ণ পথ মেৰামতিত চৰকাৰৰ অৱহেলা, মাছ মাৰি ৰাইজৰ প্ৰতিবাদ
ETVBHARAT
2 weeks ago
2:56
লখিমপুৰত দুই কিশোৰীৰ সলিল সমাধি
ETVBHARAT
3 weeks ago
1:24
Independence Day 2026: तिरंगे की रोशनी से राष्ट्रीय राजधानी का कोना-कोना रोशन
ETVBHARAT
14 minutes ago
3:33
15 अगस्त 2026: कभी माओवादियों के गढ़ रहे मिनपा में गूंजा वंदे मातरम और जय हिंद का नारा, बच्चों ने निकाल प्रभातफेरी
ETVBHARAT
28 minutes ago
3:45
स्वतंत्रता दिवस: राज्यपाल संतोष कुमार गंगवार ने उपराजधानी में फहराया तिरंगा, परीक्षाओं में कदाचार की निंदा की, बोले- यह अस्वीकार्य है
ETVBHARAT
31 minutes ago
1:43
যোৰহাটত ৮০ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী অতুল বৰাৰ
ETVBHARAT
40 minutes ago
1:51
लाल किले से पीएम मोदी का विकसित भारत का संदेश, युवाओं ने कहा- देश को नई दिशा देने वाला भाषण
ETVBHARAT
43 minutes ago
3:29
প্ৰলয়ংকৰী বানৰ কবলত শিৱসাগৰবাসী, মথাউৰি ভাঙি বানে বুৰাইছে ইখনৰ পিছত সিখন গাঁও
ETVBHARAT
4 weeks ago
0:54
সাগৰৰ পাৰত বালিৰে ১০০ খন ৰথ নিৰ্মাণ কৰিলে বলুকা শিল্পী সুদৰ্শন পাটনায়কে
ETVBHARAT
4 weeks ago
0:57
নগাঁৱৰ কামপুৰত বন্যহস্তীৰ উপদ্ৰৱ
ETVBHARAT
5 weeks ago
2:21
কলিয়াবৰত উপদ্ৰৱ চলাই কুঁৱাত পৰিল বনৰীয়া হাতী
ETVBHARAT
5 weeks ago
2:23
যোৰহাটত পুনৰ পিঞ্জৰাত সোমাল বনৰজা, সাতদিনত তিনিটাকৈ নাহৰফুটুকী উদ্ধাৰ
ETVBHARAT
5 weeks ago
1:39
তিতাবৰত নৃশংস হত্যাকাণ্ড, আৰক্ষীৰ জালত হত্যাকাৰী কুশ
ETVBHARAT
5 weeks ago
0:55
বহিঃৰাজ্য়ৰ পৰা যুৱকৰ মৃতদেহ আনিবলৈ হাতত নাই ধন, মুখ্য়মন্ত্ৰীক সহায়ৰ আহ্বান
ETVBHARAT
6 weeks ago
1:18
ফৰ্মেলিনভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত, জাতিংগা নদীৰ পানী ব্য়ৱহাৰ নকৰিবলৈ আহ্বান
ETVBHARAT
6 weeks ago
4:52
কামাখ্যাত যোগাভ্যাস প্ৰদৰ্শনেৰে যোগ দিৱস পালন সাধু-সন্তৰ
ETVBHARAT
2 months ago
1:48
এচাৰিৰ আগত শিক্ষা, দুই ছাত্ৰক গুৰুলা-গুৰুলকৈ প্ৰহাৰ শিক্ষাকৰ
ETVBHARAT
2 months ago
2:45
ৰাজ মিস্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী আৱাসগৃহ যোজনাৰ ঘৰ বনোৱাত ব্যস্ত এজাক মহিলা
ETVBHARAT
2 months ago
2:06
ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকেৰে উজলিল মাজুলীৰ জ্যোতিস্মান দত্ত
ETVBHARAT
2 months ago
2:25
বজ্ৰপাতে প্ৰাণ ল'লে বিএছএফ জোৱানৰ, তিনিচুকীয়াত শোকৰ ছাঁ
ETVBHARAT
2 months ago
2:31
প্ৰচণ্ড ধুমুহাত প্ৰকাণ্ড গছ আধাতে ভাঙি তচনচ কৰিলে সপোনৰ এটি ঘৰ
ETVBHARAT
4 months ago
1:50
তিতাবৰত বিদ্যুৎস্পৃষ্ট হৈ এপিডিচিএলৰ কৰ্মচাৰীৰ মৃত্যু
ETVBHARAT
4 months ago
Comments