Skip to playerSkip to main content
  • 6 hours ago
নগাঁও : নগাঁৱৰ চামগুৰি সমষ্টিৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী তাঞ্জিল হুছেইনে মনোনয়ন দাখিল কৰে । এই মনোনয়ন দাখিল পৰ্বত উপস্থিত থাকে পিতৃ তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন । সাংবাদিকৰ সন্মুখত বিজেপি তথা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ ৰকিবুল হুছেইন । কিন্তু পবিত্ৰ ৰোজা মাহৰ অন্তত প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান সম্পৰ্কে মুখ খুলিম বুলি কোৱা ৰকিবুল হুছেইনে উত্তৰ দিয়াৰ পৰা বিৰত থাকিল । তাৰ পৰিৱৰ্তে বিজেপিৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই কিয় দলত্যাগ কৰিলে সেয়াহে প্ৰশ্ন উত্থাপন কৰে ।প্ৰদ্যুৎ বৰদলৈ সম্পৰ্কে সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয়, "আজি এগৰাকী জনজাতীয় মহিলা যি মন্ত্ৰী আছিল তেওঁ কি কাৰণত পদত্যাগ কৰিবলগীয়া হ'ল হিমন্ত বিশ্ব শৰ্মাই জবাব দিয়ক ।" জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সম্পৰ্কেও মন্তব্য কৰে ৰকিবুল হুছেইনে ।তেওঁ কয়, "জুবিন গাৰ্গে কৈছিল যে এইবাৰ মই বিজেপিক আহিব নিদিও । জুবিন গাৰ্গে কৈছে যে মই বিজেপিৰ বিৰুদ্ধে কেম্পেইন কৰিম । বিজেপিক ভোট নিদিব । এই কথা-বতৰাবোৰৰ বাবে আজি জুবিন গাৰ্গ আমাৰ মাজত নাই ।"  লগতে পঢ়ক : মনোনয়ন দাখিলৰ অন্তিম দিনটোত ধেমাজিত শাসক-বিৰোধী প্ৰাৰ্থীৰ শক্তি প্ৰদৰ্শন

Category

🗞
News
Transcript
00:00The government is a federal government.
00:02Yes, we are.
00:05What are the regulations for?
00:09We all know that.
00:12Our government is a government.
00:15My government is a government.
00:17We have some regulations on our government.
00:22We don't have a government.
00:24We don't have a government.
00:25We don't have a government.
00:26Okay, yes sir, share it.
00:31Thank you!
00:31should I get more from the other side of the country ...
00:42I get this one
00:46I get this one
00:48I get this one
00:50I don't like the vice president of the government.
00:52I am not Japanese.
00:57I move to the government and I campaign.
01:03I am a leader.
01:05I love your leadership.
01:05This is my leader.
01:07The leader of the government...
01:08Me.
01:09The leader of the government was pretty good.
01:30I'm sorry, I'm sorry, I'm sorry.
01:43There is a more domination of the house in the top of our road.
01:47We will be the opposite way of driving along with a bus.
01:50We will be the opposite way of taking and taking again.
01:52When we will get in touch with each other.
01:58You will be the opposite way of driving.
02:01We will get the wrong person to get angry.
02:02I called a police for a police.
02:06So there is no police in closing.
02:08We will be stolen.
02:09And we will not see.
02:09We will ask the police in order to tell us what our 삶 is.
02:37Thank you very much.
03:11Thank you very much.
03:22Thank you very much.
03:42Thank you very much.
Comments

Recommended