Skip to playerSkip to main content
  • 10 minutes ago
ধুবুৰী : ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ধুবুৰীত অসম আৰক্ষীৰ অভিযান অব্যাহত আছে । প্ৰতিদিনে জিলাখনৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই আছে । তাৰ মাজতে দেওবাৰে এক অভিযানত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । জব্দ হোৱা সামগ্ৰীবোৰৰ ভিতৰত আছে নিচাজাতীয় টেবলেট আৰু কফ চিৰাপৰ বটল । লগতে আৰক্ষী দুই অভিযুক্তক আটক কৰে ।আটকাধীন কেইটা ঝগৰাৰপাৰ প্ৰথম খণ্ডৰ নুৰ আলম হক আৰু খলিলপুৰ অঞ্চলৰ তপন চন্দ্ৰ শিল বুলি জানিব পৰা গৈছে । গোপন খবৰৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে ঝগৰাৰপাৰ প্ৰথম খণ্ড অঞ্চলত থকা নুৰ আলম হকৰ ঘৰত আৰক্ষীয়ে অভিযান চলায় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । অভিযোগ অনুসৰি আটকাধীনকেইটাৰ নেতৃত্বত অঞ্চলটোত দীৰ্ঘদিনৰ পৰা নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ অব্যাহত আছিল ।লগতে পঢ়ক : ডিব্ৰুগড়ৰ বাণীপুৰ ৰে’ল ষ্টেচনৰ সমীপত উদ্ধাৰ দুটা পিষ্টলসহ এটা মেগজিন

Category

🗞
News
Transcript
00:00My name is Gujanap, and I am named Dr Sandar Fil, and I use Six tablets to get charged either.
00:13But the first day I took the result from this situation.
00:16What's your total account?
00:18Total account is still in the past, and almost one thousand hundred thousand.
00:54Thank you very much.
01:24Thank you very much.
01:25Thank you very much.
Comments

Recommended