Skip to playerSkip to main content
  • 26 minutes ago
যোৰহাট : শনিবাৰে কেন্দুগুৰি বিহু উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত ব'হাগী উৎসৱ অনুষ্ঠানত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷ জুবিন গাৰ্গৰ সৈতে যোৰহাটত কটোৱা সময়ৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এই ঠাইলৈ জুবিন গাৰ্গৰ লগত বহু বাৰ আহিছো ৷ইফালে ৰাজ্যত হোৱা আকাশংলঘী মূল্যবৃদ্ধিৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়,"একে সময়তে চলি থকা দুই তিনিখন যুদ্ধ, বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ঘটনা,পৰিঘটনা আৰু সমান্তৰালভাৱে ইন্ধনৰ যি যোগান সমগ্ৰ বিশ্বতে ব্যাহত হৈ পৰিছে ৷ গতিকে অসম বা ভাৰতবৰ্ষতে নহয় সমগ্ৰ বিশ্বয়ে মুল্যবৃদ্ধি হৈছে ৷"তেওঁ লগতে কয়,"বহু ৰাষ্ট্ৰৰ তুলনাত আমাৰ ভাৰতবৰ্ষ অৰ্থনীতি যথেষ্ট নিয়ন্ত্ৰিত হৈ আছে । বিভিন্ন ৰাষ্ট্ৰত জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হৈছে ইন্ধনৰ যোগান সীমিত হোৱাৰ বাবে ৷ আমাৰ বহু অত্যাৱশকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে কিন্তু সেয়া নিয়ন্ত্ৰণতে আছে আৰু আমি ভাৱো কিছুদিনৰ পিছতে সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ আহিব ৷"লগতে পঢ়ক :মিচিংসকলৰ লোক উৎসৱ দবুৰ পূজা কি জানেনে ? 

Category

🗞
News
Transcript
00:03foreign
00:10foreign
00:12It's not the case of the events where their events are.
00:16We have to ask of them about their events,
00:20because they will be revealing,
00:23like this one,
00:25in 삶,
00:26people will be pleading.
00:28All of this,
00:30I do need to remind them that
00:32we will be able to make the events
01:04Thank you very much.
01:34Thank you very much.
01:40Thank you very much.
02:15Thank you very much.
Comments

Recommended