Skip to playerSkip to main content
  • 5 minutes ago
টীয়ক : আজিও বানৰ কৱলৰ পৰা মুক্ত হোৱা নাই জাঁজীমুখৰ কুমলীয়া চাপৰি । মানুহ, গৰু, গাহৰি, ছাগলী সকলোৱে একেলগে সহবাস কৰিছে । ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াত সৰ্বস্ব হেৰুওৱা এইসকল লোকক আজিৰ পৰা ১২ বছৰ পূৰ্বে জাঁজীমুখৰ এই অঞ্চলত সংস্থাপিত কৰা হৈছিল । পিছে বৰ্তমান তেওঁলোকৰ অৱস্থা আগতকৈও শোচনীয় হৈ পৰিছে । খেতি পথাৰ, পশুধনৰ বিস্তৰ ক্ষতি হৈছে । এই বানৰ সময়ছোৱাত চৰকাৰী বা বে-চৰকাৰীভাৱে বিভিন্ন সাহাৰ্য পাইছে যদিও কিমান দিন আৰু এইদৰে চলিব এইসকল ৰাইজ তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ।গাৱঁৰ এজন ব্যক্তিয়ে কয়, "চৰকাৰে আমাক ইয়াত ভালকৈ থাকিবলৈ সংস্থাপন দিছিল যদিও ইয়াত এতিয়া বেছিহে পানী । যেতিয়ালৈকে কাৱৈমাৰীৰ মাথাউৰিটো ভালকৈ মেৰামতি নকৰে আমাৰ অৱস্থা এনেকুৱা হৈয়ে থাকিব । গোটেই জাঁজী নদীখন এইফালে বৈ আহে । আমাৰ সদায় এনেকুৱা অৱস্থা হৈ থাকে ।’’তেওঁ আৰু কয়, ‘‘আমি কৃষিজীৱী মানুহ । আমাৰ কৃষি, পশুধনৰ বিস্তৰ ক্ষতিসাধন হৈছে । পানীৰ ফলত খাদ্যৰ অভাৱত, অস্বাস্থ্যকৰ পৰিৱেশত বহু পশুধন বেমাৰত পৰিছে, মৰিছেও । চৰকাৰে চাপৰ অলপ দিলে যদিও সেয়া পৰ্যাপ্ত নহয় । সেয়ে আমাৰ এইবোৰ দীৰ্ঘদিনীয়া সমস্যা অনতি পলমে সমাধান কৰিবলৈ চৰকাৰক আহ্বান জনাইছো ।"লগতে পঢ়ক : পুনৰ বানত ডুব যাব পাৰে উজনি অসমৰ কেবাখনো জিলা: অৰুণাচল-নাগালেণ্ডত ধাৰাসাৰ বৰষুণলগতে পঢ়ক : উজনি অসমত পুনৰ বানৰ আশংকা: নীপকোৱে আকৌ খুলি দিলে তিনিখনকৈ গেট

Category

🗞
News
Transcript
00:00This is our community, our community, and our community.
00:07This is our community, and we are not able to do this.
00:16We are not able to do this, but we are not able to do this.
00:19We are able to do this with the government.
00:21We wanted to know that our neighborhood is being a town level,
00:29so many things were been talking about.
00:35How did we get out of here?
00:36What did we get out of here?
00:38What did we get out of here?
00:39We don't want to get out of here,
00:50I told him that the government has come to the government.
00:53I told him, how did this happen?
00:58The government has taken the government.
01:03He was there in this country.
01:05What are you asking?
01:06The government has given the government has come to the government.
01:16But if not, the government has become a government.
01:18Our issue was lately in Okutombo.
01:22What is the need for the north?
01:23The north had no need for the north.
01:26The north didn't have a city yet.
01:30The north is on the north.
01:33The north is on the north.
01:37The north is a very wealthy thing.

Recommended