Skip to playerSkip to main content
  • 1 day ago
বৰপেটা: দেওবাৰে নিশা বৰপেটা চহৰৰ গায়নহাটী অঞ্চলত সংঘটিত হৈছিল এক হত্যাকাণ্ড ৷ গায়নহাটীৰ নিবাসী বিপুল গায়ন নামৰ যুৱকজনক দুৰ্বৃত্তই আক্ৰমণ কৰি হত্যা কৰি ৰাজপথত পেলাই থৈ গৈছিল ৷ সেই ঘটনাৰ ৰহস্য ফাদিল কৰিবলৈ সক্ষম হ'ল বৰপেটা আৰক্ষী ৷ হত্যাকাণ্ডৰ সৈতে জড়িত তিনি অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।আৰক্ষীৰ জালত পৰিছে বিপুল গায়নৰ হত্যকাৰী সমীৰণ গায়ন, গণেন দাস আৰু জিতুল ভূঞা নামৰ অপৰাধী কেইটাক ৷ এই সন্দৰ্ভত মঙলবাৰে এক সংবাদমেলত বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই কয়,"সুৰাপানক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদৰ ফলতেই এই হত্যাকাণ্ড সংঘটিত হৈছিল ৷"তেওঁ লগতে কয়,"অভিযুক্ত তিনিজনে সমীৰণ গায়নৰ ঘৰত একেলগে সুৰাপান কৰিছিল ৷ তাৰ পিছত সমীৰণ গায়নৰ ঘৰৰ সন্মুখত বিপুল গায়নৰ সৈতে বাক বিতণ্ডাত লিপ্ত হয় চাৰি বন্ধুৰ মাজত ৷ তাৰ পিছত তিনিজনে বন্ধুৱে কাঠৰ টুকুৰাৰে প্ৰহাৰ কৰি বিপুল গায়নক হত্যা কৰে ।"লগতে পঢ়ক:মুকুটৰ মৃত্যুৰ পাছতে উত্তেজিত ৰাইজ, গংগাবাৰীত উত্তেজনা

Category

🗞
News
Transcript
00:00There was a murder in the village that had been killed by the village of the village.
00:07In this village, I was able to do this.
00:10I was able to do this.
00:12I was able to do this.
00:13I was able to do this.
00:14I was able to do this.
00:15I was able to do that.
00:18The victims and victims have been killed.
00:23My husband was very lucky.
00:26I was able to do this.
00:28I had to do that.
00:39I was able to have a question.
01:14They said, how much work they were, and they were doing their jobs.
01:20They were doing their jobs.
01:23They were doing their job.
01:28Interestingly, the people of the village were very close to the village.
01:37They were very close to the village.
01:39And these children, these children, the country and the city, are the most part of our children.
01:46They are the most part of our childhood and the most part of our children, which they are the most
01:54part of our children.
01:58And it was in the hospital and the hospital was in the hospital.
02:11the hospital, BMC, and the doctor will be able to meet the hospital.
02:14And so, we have had a lot of attention to the police team.
02:20We have been able to see the evidence that we are not against.
02:25We are not able to do that.
02:27We are not able to do that.
02:30So, if we are not able to do that, we are not able to do that.
Comments

Recommended