Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
লাহৰীঘাটত আটক ড্ৰাগছসহ সৰবৰাহকাৰী
11 hours ago
মৰিগাঁও: ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আজিও অসম আৰক্ষী সষ্টম হৈ আছে ৷ এইবাৰ লাহৰীঘাট অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে । বৃহস্পতিবাৰে ভেলৌগুৰি আৰক্ষী চকীৰ অন্তৰ্গত হাঁহচৰাত চলোৱা এক অভিযানে সফলতা লাভ কৰিবলৈ সক্ষম হয় ।সম-জিলা আৰক্ষী অধীক্ষক অমৰজ্যোতি শইকীয়া আৰু ভেলৌগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল ৰুদ্ৰ পালৰ প্ৰত্যক্ষ নেতৃত্বত চলা এই অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এটা কুখ্যাত সৰবৰাহকাৰীক আটক কৰা হয় । ধৃত ড্ৰাগছ সৰবৰাহকাৰী হাঁহচৰাৰ খাইৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে ।অভিযানকাৰী ভেলৌগুৰি আৰক্ষীৰ দলটোৱে ধৃত খাইৰুলৰ পৰা ড্ৰাগছভৰ্তি ১৫ টা সৰু-বৰ কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে উল্লেখ কৰা মতে, জব্দ কৰা কণ্টেইনাৰকেইটাত থকা ড্ৰাগছখিনিৰ মুঠ ওজন ২০.৬৬ গ্ৰাম । বৰ্তমান ভেলৌগুৰি আৰক্ষীয়ে ধৃত খাইৰুল ইছলামক থানাতে সোধাপোছা অব্যাহত ৰাখিছে ৷ ইফালে এই সমগ্ৰ কাণ্ডৰ সৈতে আন কোনো লোক জড়িত হৈ আছে নেকি, সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।লগতে পঢ়ক : বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ, নগদ ১৪ লাখ টকা জব্দলগতে পঢ়ক : ড্ৰাগছ বিৰোধী সজাগতা সভা, অভিভাৱকলৈ বিশেষ আহ্বান
Category
🗞
News
Transcript
Display full video transcript
00:28
Transcription by CastingWords
00:41
CastingWords
01:28
CastingWords
01:58
CastingWords
01:59
CastingWords
02:01
CastingWords
02:03
CastingWords
02:05
CastingWords
02:06
CastingWords
02:07
CastingWords
02:09
CastingWords
02:11
CastingWords
Show less
Comments
Add your comment
Recommended
2:52
|
Up next
নীটত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়ালে উদীপ্ত শইকীয়াই
ETVBHARAT
5 days ago
2:06
বৰষুণৰ অভাৱত পথাৰত মেলিছে ছিৰাল ফাঁট, বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ৰাইজে পাতিছে ভেকুলী বিয়া
ETVBHARAT
6 days ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
2 weeks ago
1:10
পানীৰ তলত ৰেম্প, অফলামুখ-নিমাতী ফেৰী সেৱা বন্ধ
ETVBHARAT
3 weeks ago
3:14
এটা দুটা নহয়, বহুকেইটা গোচৰ চলি আছে: প্ৰধান শিক্ষক নিযুক্তি প্ৰসংগত শিক্ষামন্ত্ৰীৰ ব্যাখ্যা
ETVBHARAT
4 weeks ago
0:27
न्यू डेल्ही ट्रेडर्स एसोसिएशन के आवाह्न का दिखा असर, शाम में दुकान बंद होने से कनॉट प्लेस पर पसरा सन्नाटा
ETVBHARAT
5 hours ago
3:51
ପଞ୍ଚାୟତ ପୂର୍ବରୁ OBC ସଂରକ୍ଷଣ ରାଜନୀତି: ସାମାଜିକ ନ୍ୟାୟ ନା ଭୋଟ୍ ବ୍ୟାଙ୍କର ଲଢ଼େଇ
ETVBHARAT
5 hours ago
0:59
छात्रों पर लाठीचार्ज का विरोध: कोटा और बूंदी में कांग्रेस का जोरदार प्रदर्शन, कुचामन में NSUI ने निकाली रैली
ETVBHARAT
5 hours ago
2:19
नीट पेपर लीक 2026: शिक्षा मंत्री धर्मेंद्र प्रधान के इस्तीफे की मांग, प्रदेशभर में कांग्रेस का प्रदर्शन जारी
ETVBHARAT
5 hours ago
0:24
राष्ट्रपति भवन में बस्तर की संस्कृति का होगा सम्मान, मांझी-चालकी प्रतिनिधियों के साथ भोजन करेंगी राष्ट्रपति द्रौपदी मुर्मु
ETVBHARAT
6 hours ago
4:30
পূৰ্বৰ সৌন্দৰ্যতা নাই বৃন্দাবনী বস্ত্ৰত : সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী
ETVBHARAT
4 weeks ago
2:44
যোৰহাটত ঋণৰ কিস্তি আনিবলৈ যোৱা ফাইনেন্স কোম্পানীৰ বিষয়াৰ বিলৈ
ETVBHARAT
4 weeks ago
1:30
শুই থাকোতেই বন্যহস্তীৰ আক্ৰমণত মৃত্যু
ETVBHARAT
4 weeks ago
1:55
ৰাজ্য চৰকাৰেও মাজুলীয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাটো বিচাৰে: পবিত্ৰ মাৰ্ঘেৰিটা
ETVBHARAT
5 weeks ago
1:29
কলিয়াবৰত বাৰ্মিজ চুপাৰিসহ তিনিজনক আটক
ETVBHARAT
5 weeks ago
2:18
ডুমডুমাৰ দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড
ETVBHARAT
6 weeks ago
3:09
বিশ্ব পৰিৱেশ দিৱসৰ দিনাই প্ৰকৃতিত কুঠাৰাঘাত, গছ কাটি বিতৰ্কত বিদ্যালয়
ETVBHARAT
7 weeks ago
3:38
ধিঙৰ পৰা খহিল এআইইউডিএফ, ৰাইজৰ দলৰ দখলত ধিং সমষ্টি
ETVBHARAT
3 months ago
2:46
দক্ষিণ শালমাৰাৰ সুখচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ
ETVBHARAT
3 months ago
4:28
নগাঁৱত ডকাইতি: চিকিৎসকৰ পৰিয়ালক আক্ৰমণ কৰি লুটিলে ধন-সোণ
ETVBHARAT
3 months ago
1:26
মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত বিৰোধীৰ ভূমিকাৰ বিৰুদ্ধে প্ৰতিবাদ বিজেপিৰ
ETVBHARAT
3 months ago
1:04
মৰিগাঁৱত পহিলা ব'হাগৰ পৰাই তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ৰঙালী বিহু
ETVBHARAT
3 months ago
1:26
পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ হাতীচোং দীঘলী বিলত সমূহীয়া মৎস্য চিকাৰ
ETVBHARAT
3 months ago
1:55
প্ৰতিকূল বতৰকো নেওচি হিলদল ভাঙি মাজুলীৰ জনতই দিলে ভোট
ETVBHARAT
4 months ago
2:11
আচৰণ বিধি উলংঘা কৰি কলিয়াবৰত নিৰ্বাচনী প্ৰচাৰত নামিল শিক্ষক
ETVBHARAT
4 months ago
Comments