Skip to playerSkip to main content
  • 6 months ago
ধুবুৰী: কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত বন্যহস্তীৰ উপদ্রৱ । বৃহস্পতিবাৰে নিশা পৰ্বতঝোৰা অঞ্চলৰ বন্যাগুৰিৰ দ্বিতীয় খণ্ডত বন্যহস্তীয়ে সন্ত্ৰাস সৃষ্টি কৰে ৷ নিশা এটা বন্যহস্তীৰ জাকে খাদ্যৰ সন্ধানত অঞ্চলটোত প্ৰৱেশ কৰি কেইবাটাও ঘৰ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে তামোলৰ বাগান, কলৰ বাগানৰ বিস্তৰ ক্ষতি সাধন কৰে ৷ ৰাইজে ঘৰত মজুত কৰি ৰখা ধান, চাউল আদি খাই তহিলং কৰে হাতীৰ জাকটোৱে ।ইফালে নিশা ভুক্তভোগীয়ে বন বিভাগক খবৰ দিয়ে যদিও বন বিভাগৰ ফালৰ পৰা কোনো সঁহাৰি নোপোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ এই সন্দৰ্ভত স্থানীয় ৰাইজে কয়, "নিশাৰ ভাগত বন্যহস্তীৰ জাকে চাৰিটাকৈ পৰিয়ালৰ ঘৰ-দুৱাৰ লণ্ড-ভণ্ড কৰাৰ লগতে মজুত কৰি ৰখা ধান, চাউল অনিষ্ট কৰে হাতীৰ জাকটোৱে ৷ বন বিভাগক খবৰ দিয়াৰ পাছতো কোনো সঁহাৰি নাপালো ৷"লগতে পঢ়ক:কলগাছিয়াত নগদ ধন-লেপটপসহ গ্ৰেপ্তাৰ কুখ্যাত চাইবাৰ অপৰাধী

Category

🗞
News
Transcript
00:00ફોઘે આર્ણે અગ્તી કલીરાવલાંનાથ આંરદ કીમીદ આહથેજેમી ખીદીઈ અહી ઓથીલોન નાદેયલે આહીકીને ગ
00:33CHOOSE
00:35CHOOSE
00:35CHOOSE
00:41CHOOSE
00:42I don't know.
00:45I've got a lot of people here.
00:50I've got a lot of people here.
00:52I've got a lot of people here.
00:59it's a
01:01it's a
01:02it's a
01:03it's a
01:03it's a
01:09foreign
01:17foreign
01:47a
01:48We'll get ready.
01:50So the money is the money.
01:51They will get money.
01:52They will get money.
01:53$2 billion.
01:54No, no, no.
01:56Why are they just money?
01:57No, no.
02:00But they will get money.
02:01They will get money.
02:06They will get money.
02:07They will get money.
02:08That's how they are.
02:09I'm trying to get money.
02:13They will get money.
02:14Thank you so much for joining us.

Recommended