Skip to playerSkip to main content
  • 2 days ago
লখিমপুৰ : লখিমপুৰ আৰক্ষীৰ বৃহৎ সফলতা ৷ সোমবাৰে লখিমপুৰ জিলাৰ ধলপুৰত আৰক্ষীয়ে অভিযান চলাই ৩৩ লাখ জাল টকাৰ নোট জব্দ কৰিবলৈ সক্ষম হয় ৷ বৃহৎ পৰিমাণৰ জাল নোটসহ হাইদৰ আলী আৰু জিয়াৰুল ইছলাম নামৰ দুই সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে ৷ঘটনাৰ বিৱৰণি অনুসৰি, সোমবাৰে ধলপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অংকুৰজ্যোতি বৰুৱাৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি অভিযান চলাই ৷ অভিযানত লখিমপুৰৰ দৌলতপুৰৰ পৰা গুৱাহাটী অভিমুখী এএছ ০১ জিকে ৭৪৩৯ নম্বৰৰ এখন বাহনৰ পৰা নগদ ৩৩,৫৯,৫০০ নকল ধন জব্দ কৰে । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা অভিযানত বাহনখনৰ চালক হাইদৰ আলী আৰু জিয়াৰুল ইছলামক আটক কৰে । ইফালে বৃহৎ পৰিমাণৰ নকল ধনখিনি দৌলতপুৰৰ আব্জালুল ৰহমানে দিছিল বুলি স্বীকাৰ কৰিছে আটকাধীন যুৱকদ্বয়ে ।লগতে পঢ়ক:কৃত্ৰিম বুদ্ধিমত্তাই ধ্বংস কৰিব পাৰ্থেনিয়াম ! কলিয়াবৰত উদ্ভাৱন নতুন প্ৰযুক্তি

Category

🗞
News
Transcript
00:00实验 དོསે དཔརརརསે ཐརོད ཅའི ཨང སློན རེ འི སླང མི བློསે ཆའི ཨངསે སློད དགས སོ སོད སློ སོ
00:28སོ སླ�
00:29So, we just told the police do not держ the police.
00:33I know I have no problem, I don't have to ask.
00:37The police said, why did I get this police?
00:41And so, I was shocked.
00:43I didn't know that.
00:44But we had to get the police.
00:48I took a signal, I said, why did i get this police?
00:52I told them you didn't hear the police.
00:55I told the police, he was the police.
00:59Yes I am going to turn the bus and I will make a motion.
01:02Then I will call the bus and the bus.
01:04I'll call the bus.
01:06Then I will call the bus.
01:07Then I will call the bus.
01:09Then I will call the bus.
01:57It's a very good idea of the city.
02:00It's a very good idea.
02:02I'm really excited to see you.
02:05I'm excited.
02:07I'm excited to see you.
02:09It's an accident.
02:11Did you get the accident?
02:12You got the accident.
02:13Yes, you got the accident.
02:16Yes, I got the accident.
02:18Yes, I got the accident.
02:18No, I'm not.
02:19No, no, I'm not.
Comments

Recommended