Skip to playerSkip to main content
  • 2 weeks ago
ধেমাজি: ৪ মে' অৰ্থাৎ সোমবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা । ইতিমধ্যে প্ৰতিখন জিলাৰে ভোটগণনা কেন্দ্ৰবোৰ সাজু কৰা হৈছে । ধেমাজি মহাবিদ্যালয় চৌহদত ধেমাজি জিলাৰ ৩ টা সমষ্টিৰে ভোটগণনা অনুষ্ঠিত হ'ব । মহাবিদ্যালয় চৌহদৰ ভোটগণনা কেন্দ্ৰত স্থাপন কৰা ৩ টা গণনা কক্ষত একে সময়তে জিলাখনৰ তিনিওটা সমষ্টি ক্ৰমে ধেমাজি, চিচিবৰগাঁও আৰু জোনাইৰ ভোটগণনা কৰা হ'ব ৷ প্ৰতিটো গণনা কক্ষতে ১৪ খনকৈ টেবুল থাকিব । প্ৰথমে প'ষ্টেল বেলটৰ ভোটগণনা হ'ব । ধেমাজি আৰু চিচিবৰগাঁও সমষ্টিৰ বাবে প্ৰায় ১৭ টা ৰাউণ্ডত ভোটগণনা হোৱাৰ বিপৰীতে জোনাই সমষ্টিৰ বাবে প্ৰায় ২১ টা ৰাউণ্ডত ভোটগণনা হ'ব ৷ভোটগণনা প্ৰক্ৰিয়াত সহস্ৰাধিক গণনাকাৰী বিষয়া-কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষী জড়িত হ'ব বুলি জনাইছে জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱিৰে ৷ তেওঁ কয়, "আমাৰ ধেমাজিৰ নিৰ্বাচনী জিলাত ৩ টা বিধানসভা সমষ্টি আছে ৷ পোষ্টেল বেলট গণনাৰ বাবে সমষ্টি অনুসৰি ৩ টা পৃথক কোঠা আছে । তাৰ পিছতে ইভিএম গণনা হ'ব । প্ৰায় ৫ বজাৰ ভিতৰত আমি গণনা সম্পূৰ্ণ কৰাৰ আশা কৰিছোঁ ।"লগতে পঢ়ক :৪ মে'ত বিধানসভা নিৰ্বাচনৰ ভোটগণনা : সাজু শিৱসাগৰ জিলা প্ৰশাসন

Category

🗞
News
Transcript
00:00Hello, everyone.
00:02Hi, welcome to the show.
00:05I'm going to get nice, please.
00:10Hi.
00:13Hi.
00:15Hi.
00:17Hi.
00:19Hi.
00:20Hi.
00:22Hi.
00:23Hi.
00:27Hi.
00:29Hi.
00:29Hi.
00:29It's not that you are trying to get into it.
00:32I'm not sure how to get into it.
00:48I'm not sure how to get into it.
00:51I'm not sure how to get into it.
00:54You're going to have to get into it.
01:27Transcription by ESO. Translation by —
01:27Yeah, I am happy to sit and ask that I have a Security tester ballot.
01:36They have a nice and difficult room for me.
01:42I have 17 different rooms and once I have a safe and chill...
01:44when I have a reflection, I have someевers and I have a lot of different rooms and I can do
01:47that.
01:47How much time is for you?
01:50I keep using this time for me,
02:06Thank you very much.
Comments

Recommended