Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
নলবাৰী জিলাৰ ৬ লক্ষাধিক ভোটাৰৰ বাবে ৮২৫ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়া
4 months ago
নলবাৰী : ভোটগ্ৰহণৰ বাবে সাজু নলবাৰী জিলা প্ৰশাসন । বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব অসম বিধানসভাৰ নিৰ্বাচন । ইতিমধ্যে নলবাৰী কলেজৰ ষ্ট্ৰং ৰুমৰ পৰা ভোটকেন্দ্ৰসমুহলৈ ৰাওনা হৈছে পোলিং, প্ৰিজাইডিং বিষয়া-কৰ্মচাৰীসকল । আনহাতে, শান্তিপূৰ্ণভাৱে আৰু সুকলমে ভোটগ্ৰহণ পৰ্ব চলাই নিবলৈ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে । নলবাৰী কলেজত এইবাৰ অস্থায়ীভাৱে স্থাপিত ষ্ট্ৰং ৰুমৰ ৫৪ টাকৈ কাউণ্টাৰৰ পৰা নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে বিষয়া-কৰ্মচাৰীসকল । জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে জানিবলৈ দিয়া মতে, নলবাৰী জিলাত মুঠ ৮২৫ টা ভোকেন্দ্ৰ আছে । ইয়াৰ ভিতৰত ১৫০ টা ভোটকেন্দ্ৰ অতি স্পৰ্শকাতৰ কেন্দ্ৰ । তাৰবাবে মাইক্ৰ' অবজাৰ্ভাৰ নিয়োগ কৰা হৈছে । আনহাতে, জিলাখনত মুঠ ভোটাৰৰ সংখ্যা ৬ লাখ ২৪ হাজাৰ । জিলাখনৰ চৰাঞ্চলত আছে ৫৫ টাকৈ ভোটকেন্দ্ৰ । ইতিমধ্যে উক্ত কেন্দ্ৰসমূহলৈ পুৱাৰ ভাগতেই বিষয়াসকলে নিজ নিজ সামগ্ৰী লৈ ৰাওনা হৈছে । এইবাৰ নলবাৰী জিলাৰ লগতে বাহিৰৰ পৰাও ২৪ টাকৈ নিৰাপত্তাৰক্ষীৰ দল অনা হৈছে বুলি জনায় । এইবাৰ নিৰ্বাচনত ৬ হাজাৰ বিষয়া-কৰ্মচাৰী নলবাৰী জিলাত নিয়োগ কৰা হৈছে । এইবাৰ মহিলাক অগ্ৰাধিকাৰ দিয়া হৈছে বুলিও আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে । জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে সকলোকে নিজৰ নিজৰ বিবেক ভোট সাব্যস্ত কৰিবলৈ আহ্বান জনায় । লগতে পঢ়ক :অসম বিধানসভা নিৰ্বাচন ২০২৬ : ৫,৩০৮ গৰাকী কৰ্মচাৰীৰে ভোটগ্ৰহণৰ বাবে সাজু শোণিতপুৰ জিলা প্ৰশাসন
Category
🗞
News
Transcript
Display full video transcript
00:00
མེདབས གསི སསིབ
00:31
Thank you very much.
00:45
Thank you very much.
01:31
Thank you very much.
01:44
Thank you very much.
02:33
Thank you very much.
03:31
Thank you very much.
Show less
Comments
Add your comment
Recommended
3:12
|
Up next
শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি নলবাৰী মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি
ETVBHARAT
6 days ago
3:40
চেৰেণ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে চিমেন চাপৰি
ETVBHARAT
1 week ago
1:03
বানাক্ৰান্ত ৰাইজৰ বাবে নিজৰ দোকানৰ নতুন কাপোৰ দিলে আব্দুল মতিন শ্বেখে
ETVBHARAT
1 week ago
1:42
ধেমাজিৰ বানপীড়িত অঞ্চল পৰিদৰ্শন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ
ETVBHARAT
1 week ago
2:42
অসমত হোৱা মহাপ্ৰলয় প্ৰাকৃতিক নহয় মানৱসৃষ্ট দুৰ্যোগ : চিপিআইএমএলৰ নেতা
ETVBHARAT
2 weeks ago
0:35
UP चुनाव के लिए कांग्रेस की रणनीति; 'संगठन सृजन अभियान' से जमीन तैयार कर रही पार्टी
ETVBHARAT
2 hours ago
0:29
दहशत फैलाने वाला तेंदुआ पिंजरे में हुआ कैद; ग्रामीणों ने ली राहत की सांस
ETVBHARAT
2 hours ago
0:36
कौशांबी में प्रभारी मंत्री कृष्णा पासवान के बयान पर मचा बवाल, 'दाढ़ी पकड़कर घसीट लाओ' वाले बयान ने पकड़ा तूल
ETVBHARAT
3 hours ago
5:23
'विदेशी' और 'परदेशी' के घर पैदा हुए 'अंग्रेज' और 'कांग्रेस', जानिए बिहार के इस परिवार के अनोखे नामों का सच
ETVBHARAT
3 hours ago
3:08
स्वतंत्रता दिवस पर मदरसों में फहराएगा तिरंगा, मुस्लिम धर्मगुरुओं ने किया यूपी सरकार के फैसले का स्वागत
ETVBHARAT
3 hours ago
3:29
প্ৰলয়ংকৰী বানৰ কবলত শিৱসাগৰবাসী, মথাউৰি ভাঙি বানে বুৰাইছে ইখনৰ পিছত সিখন গাঁও
ETVBHARAT
3 weeks ago
1:11
চৰাইদেউ জিলাত ভয়াবহ বান, নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বানাক্ৰান্ত ৰাইজ
ETVBHARAT
3 weeks ago
1:35
আৰক্ষী বুলি পৰিচয় দিয়া সকলোকে বিশ্বাস নকৰিব !
ETVBHARAT
4 weeks ago
2:44
মুকালমুৱাত ড্ৰাগছ বিৰোধী সজাগতাৰ উদ্দেশ্যে সমূহীয়া দৌৰৰ আয়োজন; সহস্ৰাধিক লোকৰ অংশগ্ৰহণ
ETVBHARAT
4 weeks ago
1:18
ফৰ্মেলিনভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত, জাতিংগা নদীৰ পানী ব্য়ৱহাৰ নকৰিবলৈ আহ্বান
ETVBHARAT
6 weeks ago
1:50
ঘটি-লোতাসহ ধৰা পৰিল পাঁচ গভাইত চোৰ, বৃহৎ পৰিমাণৰ কাঁহ-পিতলৰ সামগ্ৰী জব্দ
ETVBHARAT
6 weeks ago
4:52
কামাখ্যাত যোগাভ্যাস প্ৰদৰ্শনেৰে যোগ দিৱস পালন সাধু-সন্তৰ
ETVBHARAT
7 weeks ago
1:16
শৰীৰত বিজেপি শীৰ্ষ নেতাৰ ছবি অংকন কৰি পদযাত্ৰা এজন বিজেপি সমৰ্থকৰ
ETVBHARAT
2 months ago
0:58
ডিব্ৰুগড়ৰ বাণীপুৰ ৰে’ল ষ্টেচনৰ সমীপত উদ্ধাৰ দুটা পিষ্টলসহ এটা মেগজিন
ETVBHARAT
2 months ago
2:28
লম্বিত ক'লৈ গ'ল ? ৰে'ল বিভাগৰ কৰ্মচাৰী সন্ধানহীন
ETVBHARAT
2 months ago
2:25
বজ্ৰপাতে প্ৰাণ ল'লে বিএছএফ জোৱানৰ, তিনিচুকীয়াত শোকৰ ছাঁ
ETVBHARAT
2 months ago
0:53
লখিমপুৰত ২৪ টাকৈ বনৰীয়া পক্ষী হত্যা কৰি আৰক্ষীৰ জালত দুই যুৱক
ETVBHARAT
3 months ago
1:35
ফলাফলৰ পূৰ্বে বিৰোধীৰ চৰকাৰ গঠনৰ দাবী, কিন্তু চূড়ান্ত ফলাফলত সকলো বিপৰীত: বিশ্বজিৎ ফুকন
ETVBHARAT
3 months ago
2:31
প্ৰচণ্ড ধুমুহাত প্ৰকাণ্ড গছ আধাতে ভাঙি তচনচ কৰিলে সপোনৰ এটি ঘৰ
ETVBHARAT
4 months ago
1:50
তিতাবৰত বিদ্যুৎস্পৃষ্ট হৈ এপিডিচিএলৰ কৰ্মচাৰীৰ মৃত্যু
ETVBHARAT
4 months ago
Comments