Skip to playerSkip to main content
  • 2 days ago
চামগুৰি: ২০২৫-২৬ বৰ্ষৰ 'লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা বঁটা' প্ৰদান কৰা হ'ব যশস্বী শিল্পী সূৰ্য কুমাৰ ৰাজা আৰু  শিল্পী মনজ্যোৎস্না মহন্তক । এই বিষয়ে ঘোষণা কৰিছে আয়োজকসকলে । অহা ৫ জুলাইত প্ৰদান কৰা হ'ব এই বঁটা ।পুৰণিগুদাম ৰুদ্ৰ বৰুৱা সংগীত একাডেমীৰ অহা ৪ আৰু ৫ জুলাইত অনুষ্ঠিতব্য় ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব । মঙলবাৰে এক সংবাদমেলত বিশিষ্ট নাট্য়কৰ্মী দীপক বৰাই এই বঁটাৰ লগতে ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ কাৰ্যসূচীৰ বিষয়ে ব্য়াখ্য়া কৰে ।  নাট্য়কৰ্মী দীপক বৰাই কয়, "অবিনশ্বৰ গোষ্ঠী দ্বাৰা প্ৰতিষ্ঠা লাভ কৰা ৰুদ্ৰ বৰুৱা সংগীত বিদ্যালয়ৰ ৰূপালী জয়ন্তী উপলক্ষে ৪ জুলাইত অনুষ্ঠিত হ'ব সদৌ অসম ভিত্তিত লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা সংগীত প্ৰতিযোগিতা ।" দুটা শাখাত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাত অসমৰ বিভিন্ন সংগীত প্ৰতিযোগীসকলৰ অংশগ্ৰহণ কামনা কৰিছে ৰুদ্ৰ বৰুৱা সংগীত একাডেমীৰ পৰিচালনা সমিতিৰ লগতে অবিনশ্বৰ গোষ্ঠীয়ে ।উল্লেখ্য যে ২০০০ৰ ১৮ জুনত অবিনশ্বৰ গোষ্ঠীৰ দ্বাৰা প্ৰতিষ্ঠা লাভ কৰা ৰুদ্ৰ বৰুৱা সংগীত একাডেমীয়ে বিগত বৰ্ষৰ পৰাই ৰূপালী জয়ন্তী হিচাপে পালন কৰি আহিছে আৰু এইবাৰ অনুষ্ঠিত হ'ব সামৰণি অনুষ্ঠান ।লগতে পঢ়ক:'দৰং ৰত্ন' সন্মানেৰে বিভূষিত বিশিষ্ট সাহিত্যিক, সমাজ সংগঠক, প্ৰাক্তন শিক্ষা বিষয়া ফুলেন্দ্ৰ নাথ চহৰীয়াসাহিত্যিক উপেন্দ্ৰ বৰকটকীক অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান প্ৰদান

Category

🗞
News
Transcript
00:00I was working on the 21st century , and I was working on the 21st century in 2001 and I
00:11was working on the 21st century in 2001.
00:29We have to go to the same place, but we have to go to the same place, and we are
00:35going to be able to go to the same place.
00:39As we go to the same place, I will be able to go to the same place as we are
00:47in the same place.
00:49This is the 5th July of the year. I am very happy to do this.
00:56I am very happy to do this.
00:58I am very happy to do this.
01:17That is the skin of the skin of the skin, skin and hair of the skin of the skin, so
01:21we are条 N.B.A.
01:23We don't have to look for their skin and art.
01:30We are talking about the skin of the skin.
01:39We are dealing with that skin.
01:42The skin of a different skin.
01:44We are in the skin.
01:46But the whole country is becoming a member of the country.
01:49I think the whole country is becoming a member to the country.
01:56It's a national update, which is the same thing with Canada and Japan.
02:01It's not the same thing with Canada.
02:05And a lot of them, among us, are the same type of statistics.
02:14The same thing with us is the same story.
02:18Those are the same principles.
02:19so that we have a special interest on our work.
02:26So that means that we will be able to achieve the attention of our work cycle,
02:34but that means that we will be able to appreciate the attention of our work.
02:40So that means that we are gonna take the attention of our work cycle.
03:18I am going to do this.
03:22We will be able to get a new life and a new life to the world.
03:32When we have a new life, we will be able to get a new life.
03:45and the other people will be able to do that and the other people will be able to do it.
Comments

Recommended