Skip to playerSkip to main content
  • 4 hours ago
ডিমৰীয়া : কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত এটা বিশেষ অঞ্চল হৈছে ডিমৰীয়া ৷ চহৰৰ হাই-উৰুমিৰ পৰা কিছু পৃথক এই বিশেষ অঞ্চলটো ৷ কিন্তু বুধবাৰে ডিমৰীয়াৰ তিৱা গাঁও লক্ষীগোগত এক বিশেষ পৰিৱেশে বিৰাজ কৰা দেখা যায় ৷ খ্ৰাম-লোদাং-পাংচিৰ সুৰত ডিমৰীয়াৰ লক্ষীগোগবাসী মতলীয়া হৈ পৰা দেখা গৈছে ৷বুধবাৰে এই অঞ্চলটোৰ তিৱা ৰাইজে পৰম্পৰাগত পৰম্পৰাগত ৰীতি-নীতি আৰু ধৰ্মীয় বিশ্বাসৰ মাজেৰে অত্যন্ত উলহ-মালহেৰে ‘ছগ্ৰা টখ্ৰা পালা’ (বাঁহ নৃত্য) উদযাপন কৰে ।ধৰ্মীয় ৰীতি-নীতি অনুসৰি, উৎসৱৰ দিনা পুৱাৰ ভাগত ধৰ্মীয় পূজা-পাতল কৰা হয় । তাৰ পাছত গাঁৱৰ ডেকাসকলে চাং বা চামাদিৰ পৰা পৰম্পৰাগত বাদ্য 'খ্ৰাম লোদাং' গাঁৱৰ মুৰব্বীৰ ঘৰলৈ সন্মানেৰে অনা হয় ।গাঁৱৰ এজন ব্যক্তিয়ে কয়, ‘‘এই উৎসৱৰ মূল আকৰ্ষণ হ’ল খ্ৰাম, লোদাং আৰু পাংচিৰ সুৰত পৰিৱেশন কৰা 'টখ্ৰৰা পালা' নৃত্য । তিৱা সমাজত প্ৰচলিত জনবিশ্বাস অনুসৰি, এই ছগ্ৰা পূজা আৰু টখ্ৰৰা পালা নৃত্য পৰিৱেশন কৰিলে গাঁওখনৰ পৰা সকলো অপায়-অমংগল দূৰ হয়, কৃষিকাৰ্যত শস্যৰ শ্রীবৃদ্ধি ঘটে, সমাজত একতা আৰু ভাতৃত্ববোধ বৃদ্ধি পায় ।’’লগতে পঢ়ক : গোঁসাই উলিওৱা উৎসৱক লৈ উখল-মাখল যাদুনগৰী মায়ংলগতে পঢ়ক : চ্যুকাফা সমন্বয় ক্ষেত্ৰত সাত বিহু পালন 

Category

🗞
News
Transcript
00:00Oh
00:36Oh
01:00Oh
01:14Oh
01:15Oh
01:16Oh
01:17Oh
01:17Oh
01:17Oh
01:18Oh
01:18Oh
01:21Oh
01:42Oh
01:44Oh
01:47I
02:17For the
02:18people to do people to cover yeah to do horrible I need to to put in a car on it
02:24I got a talk about the picture it's just as if we have to get a problem I got a
02:28focus in a month they are also for a little bit of the amount of data that
02:33there for the hunting world do I'm a sort of day to hunt here amy they are
02:39probably a bit of story and it was out of what I thought I didn't need to put a
02:43I am a boy of you I took the poodle in a map or so to come on a cool
02:48column there
02:49I'm not hunting how to go straight away to the local and or as well here oh come on
02:53the cabula I'm a bravita six also probably can be love to take you all again
02:57over the acut but could again a tonic to the car that I am going to have a
03:00cover-up for our bisher it where I'm
Comments

Recommended