Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Add to Playlist
Report
ETVBHARAT
Follow
চাইবাৰ অপৰাধত জড়িত আমছু নেতাক হাতকেৰেয়া পিন্ধালে আৰক্ষীয়ে
5 months ago
বৰপেটা : এইবাৰ আৰক্ষীৰ জালত পৰিল আমছু নেতা ৷ চাইবাৰ অপৰাধৰ অভিযোগত বৰপেটা আৰক্ষীয়ে বুলবুল হুছেইন নামৰ আমছু নেতাগৰাকীৰ লগতে আশিক ইকবাল আৰু ৱাহেদ ইকবালক নামৰ দুই অপৰাধীক গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে, আৰক্ষীৰ জালত পৰা বুলবুল হুছেইন হৈছে বৰপেটা জিলা আমছুৰ উপ-সভাপতি ৷অভিযোগ অনুসৰি, বেংকৰ গ্ৰাহকৰ একাউণ্টৰ পৰা কৌশলেৰে ধন উলিয়াই নিয়া এটা বৃহৎ চাইবাৰ অপৰাধী চক্ৰৰ সৈতে জৰিত আমছু নেতা বুলবুল হুছেইন, আশিক ইকবাল আৰু ৱাহেদ ইকবাল ৷ যাৰ বাবে তিনি চাইবাৰ অপৰাধীৰ বিৰুদ্ধে হাউলী আৰক্ষীয়ে বিএনএছৰ ৩১৮(৪)/৩৩৬(৩)/৬১(২) ধাৰা আৰু ৬৬(চি)/৬৬(ডি) ২০০০ ধাৰাৰ ৪৯/২৬ নম্বৰত ৰুজু কৰিছিল ৷ সেই গোচৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছে তিনি অপৰাধীক ৷উল্লেখ্য যে, বৰপেটা আৰক্ষীয়ে চাইবাৰ অপৰাধী চক্ৰৰে জৰিত প্ৰায় ১৫ জনীয়া অপৰাধীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু শনিবাৰে গ্ৰেপ্তাৰ কৰা তিনি অপৰাধীসহ ১৫ দিনৰ ভিতৰত ১৮ জনকৈ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷লগতে পঢ়ক:বন্যহস্তীৰ উপদ্ৰৱ, হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে যুৱকে
Category
🗞
News
Transcript
Display full video transcript
00:28
The
00:29
Thank you very much.
Show less
Recommended
2:56
|
Up next
অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবীত কলগাছিয়াত চিপিআইএমৰ প্ৰতিবাদ
ETVBHARAT
6 weeks ago
1:54
মঙলদৈৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই
ETVBHARAT
2 months ago
3:01
বান বিভীষিকাৰ মাজতে ভাতৃক লোৰ ৰডেৰে মৰিয়াই হত্যা
ETVBHARAT
2 months ago
2:24
বিটিআৰ শান্তিচুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ দাবী: জোনাইত এবছুৰ প্ৰতিবাদ
ETVBHARAT
2 months ago
1:33
জোনাইৰ চেঙাজান বগৰীবাৰীত শোকাবহ ঘটনা, লালী নদীত সন্ধানহীন কিশোৰী
ETVBHARAT
2 months ago
2:02
పేదల ఇళ్ల నిర్మాణంలో 3D శకం - నేడు బుర్రిపాలెంలో భూమిపూజ చేయనున్న సీఎం చంద్రబాబు
ETVBHARAT
7 minutes ago
2:16
हादसे में कट गई थी हाथ की नसें, कोच ने परिवार को दी गारंटी, जानें सोनीपत के हॉकी प्लेयर अभिषेक के संघर्ष की कहानी
ETVBHARAT
9 minutes ago
1:38
Legendary Filmmaker Singeetham Srinivasa Rao Dies At 95; Celebrities Pay Tribute To 'Visionary'
ETVBHARAT
11 minutes ago
11:10
फर्रुखाबाद को आलू-जरदोजी से करोड़ों का टर्नओवर; फिर भी दिहाड़ी चंद रुपये, काम की तलाश में भटकने को मजबूर कारीगर-मजदूर
ETVBHARAT
13 minutes ago
1:53
पर्यटकों से गुलजार हुआ मसूरी, लेकिन जाम ने कराई फजीहत, ट्रैफिक व्यवस्था धड़ाम
ETVBHARAT
27 minutes ago
2:06
বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতি; ছিপাঝাৰত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু
ETVBHARAT
3 months ago
3:01
অসম চুক্তিৰ ছয় নং দফাৰ বাবে পৃথক পুঁজি আৱণ্টন নকৰাৰ বিৰুদ্ধে ক্ষোভ আছুৰ
ETVBHARAT
3 months ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
3 months ago
1:10
পানীৰ তলত ৰেম্প, অফলামুখ-নিমাতী ফেৰী সেৱা বন্ধ
ETVBHARAT
3 months ago
0:49
প্ৰখৰ ৰ'দকো নেওচি পথাৰত ভূঁই ৰুলে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই
ETVBHARAT
3 months ago
1:30
শুই থাকোতেই বন্যহস্তীৰ আক্ৰমণত মৃত্যু
ETVBHARAT
3 months ago
1:58
বালিজুৰিত বন্যহস্তীৰ মুক্ত বিচৰণ, আতংকিত চাহ বাগিচাৰ শ্ৰমিক
ETVBHARAT
3 months ago
1:05
মূল্যবৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়াত চিপিআই (এম)ৰ প্ৰতিবাদ
ETVBHARAT
4 months ago
1:08
কোকৰাঝাৰত বজ্ৰপাতত দুজনৰ মৃত্য়ু, শিশুসহ আহত ৩
ETVBHARAT
5 months ago
3:42
ইউএছটিএমত বিহুৰ উছাহ : ৰঙালী উৎসৱত মুখৰিত হ’ল মেঘালয়ৰ পাহাৰ
ETVBHARAT
5 months ago
3:03
খ্ৰাম-লোদাং-পাংচিৰ সুৰত মতলীয়া ডিমৰীয়াৰ লক্ষীগোগৰ তিৱাসকল
ETVBHARAT
5 months ago
1:46
বাক্সাত বড়োসকলৰ পৰম্পৰাগত ৰংজুলি বৈশাগু পালন
ETVBHARAT
6 months ago
2:53
দক্ষিণপাট কৈৱৰ্ত গাঁৱৰ ডেকা-বুঢ়া সকলো মিলি নদীত গৰুক ধুৱালে গা
ETVBHARAT
6 months ago
4:39
জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টোৱে ভোটত প্ৰভাৱ পেলাইছে: চিপিআই(এমএল)ৰ প্ৰাৰ্থী জ্ঞানেন্দ্ৰ সৰকাৰ
ETVBHARAT
6 months ago
5:11
জোনাইত নিশা কংগ্ৰেছ কৰ্মীৰ বাসগৃহত দুস্কৃতিকাৰীৰ আক্ৰমণ
ETVBHARAT
6 months ago