Skip to playerSkip to main content
  • 1 hour ago
জোনাই : অসমৰ চৌপাশে এতিয়া বলিছে হেঁপাহৰ ৰঙালী বিহুৰ বা ৷ অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগতভাৱে পালন কৰিছে ৰঙালী বিহু ৷ ইয়াৰে ব্যতিক্ৰম নহয় সোণোৱাল কছাৰীসকলো ৷ অসমৰ অন্যতম জনগোষ্ঠী সোণোৱাল কছাৰীসকলে উলহ-মালহেৰে হাইদাং হুঁচৰি মাৰি বিহু উদযাপন কৰিছে ৷জোনাইৰ বলাইপাম, নাহৰণি, চেৰেণ সোণোৱাল, উদয়পুৰ সোণোৱাল কছাৰী গাঁৱৰ ঘৰে ঘৰে একেলগে মাৰিছে হাইদাং হুঁচৰি ৷ সোণোৱাল কছাৰী জনগোষ্ঠীৰ পুৰুষসকলে গাঁৱৰ প্ৰতিটো ঘৰত এডাল বাঁহ আৰু ঢোল, তাল লৈ হাইদাং হুচৰি মাৰিবলৈ প্ৰৱেশ কৰে ৷ তাৰ পিছত পৰম্পৰা নিয়ম অনুসৰি বাঁহডাল গৃহস্থৰ ঘৰত পুতিলৈ প্ৰতিজনে হাতে হাতে লাঠী লৈ বাঁহত বজাই বজাই হাইদাং হুঁচৰি গাই আনন্দত মতলীয়া হৈ পৰে  ৷ইফালে গৃহস্থই হাইদাং হুঁচৰি দলৰ পৰা ঘৰৰ বা পৰিয়ালৰ মংগল কামনা কৰি শৰাইত পাণ, তামোল, গামোচা, অৰিহণা আগবঢ়াই সেৱা লৈ আশীৰ্বাদ বিচাৰে আৰু হাইদাং হুঁচৰি দলেও পৰিয়ালৰ সুখ-শান্তি, মংগল কামনাৰে আশীৰ্বাদ দিয়ে ।উল্লেখ্য যে, হাইদাং হুঁচৰি অসমৰ সোণোৱাল-কছাৰী জনগোষ্ঠীৰ এক অতি আপুৰুগীয়া আৰু পৰম্পৰাগত লোক-সাংস্কৃতিক অনুষ্ঠান, যি সাধাৰণতে ব’হাগ বিহুৰ সময়ত ঘৰে ঘৰে গৈ পৰিৱেশন কৰা হয় । এই গীত-নৃত্যত কেৱল পুৰুষসকলে অংশগ্ৰহণ কৰে ৷লগতে পঢ়ক : সোণাপুৰৰ জুবিন ক্ষেত্ৰত অঞ্জলি মহন্তৰ ‘নিঃসংগতাৰ মৌন আলাপ’ উন্মোচনলগতে পঢ়ক : আজি নাঙল বিহু; যান্ত্ৰিকতাৰ ধামখুমীয়াতো কৃষি পৰম্পৰাক স্মৰণৰ এটা দিন

Category

🗞
News
Transcript
00:08Music
00:54This is a film called Hukulu,
00:57and we are now playing a game for the first time.
00:58This is a film called Hukulu,
00:58and we are now playing a game for the first time.
00:59.
01:01.
01:01A lot of peopleotti people do not the same.
01:05They sign up for their own house.
01:09They live in their house, save their homes.
01:12They still come down home and they come back in thru.
01:17Stephan, peepa, basil that is the house.
01:21They give in many houses so that they really need anything.
01:24Does this work with you all?
01:27What do you do?
01:29We have to take a look at the work of the people who have been able to do this work.
01:34We have to take a look at the work of the people who have been able to do this work.
01:47How many days have you done this work?
01:50The government abilities quite greatly.
01:55Our government values too many years.
01:57The government limits and the government metres OLSi helemaal on the street and is covered by this meeting.
01:59This is a country's dream.
02:04The government is very competent because of this situation.
02:08The government wants to live here.ция
02:09hasСТ voilàance.
02:12We have a very good opinion.
02:14We have a very good opinion.
02:22We have a very good opinion.
02:23So, we have an opinion, and our identity is very good.
02:31As we have the opinion, we have a good opinion.
02:32We have to admit that.
02:33We are different from the state.
02:34We are very good in this situation.
02:34We are trying to get things out and help us.
03:06Transcription by CastingWords
03:33Thank you very much.
03:37Thank you very much.
Comments

Recommended