Skip to playerSkip to main content
  • 18 minutes ago
কলিয়াবৰ : বসন্তৰ পৰশেৰে মনমোহা প্ৰকৃতিৰ বুকুত এতিয়া অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুক লৈ ৰাজ্যৰ চৌদিশে মধুৰ আলোড়ন । ৰাজ্যৰ চৌদিশে হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা দেখা গৈছে । ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে চলিছে বিহুনাচ আৰু ঢোল-বাদনৰ কৰ্মশালা । বাদ পৰি ৰোৱা নাই কলিয়াবৰো ৷ নিৰ্বাচনী প্ৰচাৰৰ মাজতে এতিয়া কলিয়াবৰৰ আকাশে-বতাহে গুঞ্জৰি উঠিছে ঢোল-পেঁপাৰ মাত । বিহুৰ আখৰাত ব্যস্ত কণ-কণ শিশুৰ লগতে গাভৰুসকল ।কলিয়াবৰ কুঁৱৰীটোল গান্ধী খেলপথাৰত কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হৈছে বিহু কৰ্মশালা ৷ অভিজ্ঞ প্ৰশিক্ষকৰ নেতৃত্বত বিহুনাচৰ লগতে ঢোল বাদনৰ এই কৰ্মশালা আয়োজন কৰা হৈছে ৷ এই কৰ্মশালাত তিনি-শতাধিক যুৱতীৰ লগতে কণ-কণ শিশুৱেও অংশগ্ৰহণ কৰিছে ।আয়োজকে কয়, ‘‘কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ‍্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অনুষ্ঠিত হৈছে বিহুনাচ আৰু ঢোল বাদনৰ কৰ্মশালা । দহদিনীয়াকৈ আয়োজন কৰা 16 সংখ্যক এই বিহুৰ কৰ্মশালাত পাঁচ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে ।’’লগতে পঢ়ক : কণ্ঠশিল্পী গীতালি দেৱীৰ সংগীত যাত্ৰা: অভিনয়-নৃত্যৰ পৰা জুবিন গাৰ্গৰ সান্নিধ্যলৈলগতে পঢ়ক : জুবিন গাৰ্গে ন্যায় নাপালে আমাৰ ন্যায়ৰ প্ৰতি আস্থা, বিশ্বাস কমি যাব : বিহুৰাণী ৰাজশ্ৰী নাথ

Category

🗞
News
Transcript
00:01This video is brought to you by B.A.C.E.
00:55It's been a long time for 10 days, but it's been a long time for 10 days.
00:59The first time we found the old
01:02and now I found the second family
01:06After this, we found it in 2400
01:08Now, we found it in a 12,000 family
01:10A lot of people found that our family
01:18are the children in the same place
01:25and it would be a very small price for the price of the price for anyone
01:32so this number is expected to be a whole price
01:36but once the price of the price has been changed
01:46so the price has changed
01:49the price is fixed
01:51It is a very common story.
01:52For the first time I am working with the Rangali
01:54I am a looking painter.
01:55The same thing is that I am interested in a society.
02:02I have got a lot of attention in my opinion.
02:02But I am interested in a lot of material.
02:03I am interested in a lot of material in my life.
02:05I am interested in something that is a very important thing.
02:08I am a very interested person.
02:09This is a very important person in my life.
02:16I am interested in a beautiful way.
02:19I am interested in the world.
02:26the
02:28the
02:28the
02:32the
02:37Look, man.
02:40Back, back, back.
02:44Look.
Comments

Recommended