Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
দক্ষিণপাট কৈৱৰ্ত গাঁৱৰ ডেকা-বুঢ়া সকলো মিলি নদীত গৰুক ধুৱালে গা
3 months ago
মাজুলী : অসমীয়াৰ বাপতি সাহোন ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যবাসী । ৰাজ্যৰ আন প্ৰান্তৰ লগতে সত্ৰ নগৰী মাজুলীতো ৰঙালী বিহুক লৈ উখল-মাখল পৰিবেশে বিৰাজ কৰিছে । আজি গৰু বিহু । মাজুলীতো উলহ-মালহেৰে গৰু বিহু পালন কৰা হৈছে । 'লাও খা, বেঙেনা খা/বছৰে বছৰে বাঢ়ি যা/মাৰ সৰু, বাপেৰ সৰু/তই হ’বি বৰ গৰু ৷' এইদৰে চহা কৃষকে গৰু লৈ লাও, বেঙেনা মাৰি নিজৰ গৰুকেইটাৰ শ্ৰীবৃদ্ধি কামনা কৰে । গৰুক গা ধুৱাই বিহুৰ আনন্দ-উচাহত মতলীয়া হৈ পৰিছে সকলো ৷ এয়া মাজুলীৰ দক্ষিণপাট কৈৱৰ্ত গাঁৱৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ দৃশ্য । দক্ষিণপাট কৈৱৰ্ত গাঁৱৰ ডেকা-বুঢ়া সকলো মিলি এনেদৰে নদীত গৰুক গা ধুৱাই গৰু বিহু পালন কৰিছে । গাঁওখনৰ ডেকা-বুঢ়া সকলো মিলি নদীৰ পাৰত জুৰিছে বিহু । ইফালে, মাজুলীৰ ঘৰে ঘৰে গৰুক নোৱাবৰ বাবে দেখা গ'ল বিশেষ ব্যস্ততা ।লগতে পঢ়ক:পৰম্পৰাগত ৰীতি-নীতিৰে ৰঙানদীত গৰু নোৱাই ধুৱাই আনন্দত মতলীয়া ৰাইজপৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ হাতীচোং দীঘলী বিলত সমূহীয়া মৎস্য চিকাৰ
Category
🗞
News
Transcript
Display full video transcript
00:04
The
00:38
Thank you very much.
Show less
Comments
Add your comment
Recommended
2:44
|
Up next
যোৰহাটত ঋণৰ কিস্তি আনিবলৈ যোৱা ফাইনেন্স কোম্পানীৰ বিষয়াৰ বিলৈ
ETVBHARAT
5 days ago
1:58
বালিজুৰিত বন্যহস্তীৰ মুক্ত বিচৰণ, আতংকিত চাহ বাগিচাৰ শ্ৰমিক
ETVBHARAT
1 week ago
2:33
মৰিয়নীত অসম-নাগালেণ্ড সংযোগী পথ অবৰোধ আটছাৰ, সীমা সমস্যা সমাধানৰ দাবী
ETVBHARAT
1 week ago
1:55
ৰাজ্য চৰকাৰেও মাজুলীয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাটো বিচাৰে: পবিত্ৰ মাৰ্ঘেৰিটা
ETVBHARAT
2 weeks ago
1:18
ধুবুৰীত গো-মাংসৰ বিৰুদ্ধে অভিযান, চাৰিজনক আটক
ETVBHARAT
5 weeks ago
1:35
शाहजहांपुर पहुंचे शंकराचार्य स्वामी अविमुक्तेश्वरानंद; बीजेपी पर जमकर साधा निशाना
ETVBHARAT
2 hours ago
6:36
दूर के ढोल सुहावने.. बिहार का ये स्वास्थ्य केंद्र खुद बीमार, 10 हजार की आबादी का इलाज राम भरोसे
ETVBHARAT
2 hours ago
5:58
20 रुपये की फीस, 700 रुपये का आविष्कार, नेत्रहीनों की राह आसान बनाएगा बाबूलाल का 'स्मार्ट गॉगल्स'
ETVBHARAT
3 hours ago
1:38
ଚିନ୍ତା ବଢ଼ାଇଲା ଡାକ୍ତରଙ୍କ ଆନ୍ଦୋଳନ: 'ପ୍ରତ୍ୟାହାର ପାଇଁ ଅନୁରୋଧ, ରୋଗୀ ସେବା ବ୍ୟାଘାତ ହେଲେ ନିଆଯିବ ପଦକ୍ଷେପ' ସ୍ବାସ୍ଥ୍ୟ ବିଭାଗ
ETVBHARAT
9 hours ago
1:50
38 किलोमीटर की दूरी पैदल तय कर दुर्गम इलाके में पहुंचे स्वास्थ्यकर्मी, खानाबदोश बच्चों को टीका लगाया
ETVBHARAT
9 hours ago
1:48
কলিয়াবৰ আৰক্ষীৰ জালত ৪ টা চোৰাং গৰু সৰবৰাহকাৰী, ৩৩ টা গো-ধন উদ্ধাৰ
ETVBHARAT
5 weeks ago
1:34
মৰিগাঁৱৰ জালুগুটি নৱোদয় জাতীয় বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান, ৰাইজৰ ব্যপক সহাৰি
ETVBHARAT
7 weeks ago
6:04
বৃহত্তৰ উত্তৰ ধেমাজিয়ে লাভ কৰিলে এজন চিকিৎসক
ETVBHARAT
2 months ago
3:42
বিশ্ব প্ৰেছ স্বাধীনতা দিৱস; বাক স্বাধীনতা খৰ্ব হোৱাত ক্ষুব্ধ সংবাদকৰ্মী
ETVBHARAT
2 months ago
3:37
ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে লখিমপুৰ: ৬৮ সংখ্যক কেন্দ্রীয় ৰঙালী বিহু আৰম্ভ
ETVBHARAT
2 months ago
3:33
লখিমপুৰত গো-সন্মান দিৱসৰ সমদল; গো-হত্যা বন্ধৰ দাবী
ETVBHARAT
2 months ago
4:57
বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত নাম-কীৰ্তনৰে ভগৱন্তৰ চৰণত শিৱম ট্ৰান্সকন প্ৰাইভেট লিমিটেডে
ETVBHARAT
2 months ago
2:18
কংগ্ৰেছসহ বিৰোধীয়ে নাৰীক অপমান কৰিছে, নাৰীয়ে ৰাজনৈতিক সম অধিকাৰ পোৱাটো নিবিচাৰে : বিজেপি নেত্ৰী
ETVBHARAT
2 months ago
2:11
উত্তৰ পূৰ্বাঞ্চলৰ মৎস্য খণ্ডৰ বিকাশৰ উদ্দেশ্যে অনুষ্ঠিত হ'ব একুৱাক্স নৰ্থ ইষ্ট
ETVBHARAT
2 months ago
1:33
কৃতী শিক্ষাৰ্থীলৈ বিশেষ জলপানি মৰিগাঁৱৰ গুৰুকুল একাডেমীৰ
ETVBHARAT
2 months ago
4:29
ডিষ্টিংশ্যনসহ উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা মৰিগাঁও চে'জ পাণিনি পাৱ্লিক বিদ্যালয়ৰ কৰ্তৃপক্ষৰ
ETVBHARAT
2 months ago
1:00
৭২ সংখ্যক সদৌ মঙলদৈ ৰঙালী বিহুৰ মুকলি বিহু প্ৰতিযোগিতা সম্পন্ন
ETVBHARAT
3 months ago
4:50
মৰিগাঁৱত শতাব্দী প্ৰাচীন পৰম্পৰাৰে গোঁসাই উলিওৱা মেলা
ETVBHARAT
3 months ago
3:44
জাত জাত হাইদাং হুঁচৰি নামেৰে মুখৰিত সোণোৱাল কছাৰী ৰাইজৰ চোতাল
ETVBHARAT
3 months ago
1:04
মৰিগাঁৱত পহিলা ব'হাগৰ পৰাই তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ৰঙালী বিহু
ETVBHARAT
3 months ago
Comments