Skip to playerSkip to main content
  • 7 weeks ago
বাক্সা : নতুন বছৰক আদৰণি জনাই ব‘হাগ মাহৰ প্ৰথম সপ্তাহত অসমত বাস কৰা বিভিন্ন জনগোষ্ঠীসমূহে নিজৰ পৰম্পৰা অনুসৰি বিহু উদযাপন কৰে ৷ অসমত বসবাস কৰা বড়োসকলে পৰম্পৰাগত ৰংজালি বৈশাগু পালন কৰিছে ৷ নিজৰ পৰম্পৰাগত কৃষ্টি-সংস্কৃতি, সাজপাৰ পৰিধান কৰি ওলাই আহে বিহু (বৈশাগু) পালন কৰিবলৈ ৷পৰম্পৰাগত সাজপাৰ পৰিধান কৰি গাঁৱৰ পুৰুষ-মহিলা, ডেকা-গাভৰুসকলে ঘৰে ঘৰে নাচি বাগি ৰং-ৰহইচ কৰে ৷ পৰিয়ালে যি দিয়ে তাতে সন্তুষ্ট হৈ গৃহস্থক বছৰটোৰ বাবে কুশল মংগল কামনা কৰি আশীৰ্বাদ দিয়ে ৷ যিহেতু এই বিহু কৃষিৰ লগত জড়িত সেয়েহে এপ্ৰিল মাহৰ শেষত সকলোৱে কৃষিৰ লগত জড়িত হৈ পৰে ৷ 

উল্লেখ্য যে, ৰংজালি বৈশাগু অসমৰ অন্যতম প্ৰাচীন আৰু গুৰুত্বপূৰ্ণ কৃষিকেন্দ্ৰিক বসন্তকালীন উৎসৱ। 'বৈশাগু' শব্দটো বড়ো ভাষাৰ 'বৈচা' (বছৰ) আৰু 'আগু' (শুৰু)ৰ পৰা আহিছে, যাৰ অৰ্থ নতুন বছৰৰ সূচনা । চ’ত মাহৰ শেষৰ দিনাৰ পৰা ব'হাগ মাহৰ ষষ্ঠদিনালৈকে বড়োসকলে অতি উলহ-মালহেৰে পৰম্পৰাগত ৰংজালি বৈশাগু পালন কৰে ।লগতে পঢ়ক : চিফুং, খাম, ছেৰজা, জোথাৰৰ মাতে ৰজনজনাইছে জোনাইৰ বিভিন্ন গাঁও

Category

🗞
News
Transcript
00:01.
00:01.
00:01.
00:01.
00:01.
00:01.
00:02.
00:02.
00:03.
00:03.
00:03.
00:04.
00:06.
00:11.
00:14.
00:17.
00:17.
00:17.
00:17.
00:18.
00:18.
00:18.
00:20.
00:28.
00:28.
00:29.
00:29.
00:30.
00:30.
00:30.
00:31.
00:31.
00:31.
00:32.
00:32.
00:33.
00:33.
00:33.
00:33.
00:33.
00:33.
00:34.
00:35.
00:35.
00:36.
00:38.
00:39.
00:39.
00:39.
00:39.
00:39.
00:40.
00:40.
00:40.
00:41.
00:41.
00:42.
00:42.
00:42.
00:42.
00:42.
00:42.
00:43.
00:44.
00:44.
00:44.
00:45.
00:45.
00:45.
00:45.
00:46.
00:48.
00:48.
00:48.
00:49.
00:50.
00:50.
00:50.
00:50.
00:51.
00:51.
00:52.
00:53.
00:53.
00:53.
00:53.
00:54.
00:54.
00:55.
00:55.
00:58My friends, my friends, are very tiny.
01:07Because they are very small, they are very small.
01:12They are very small, they are very small.
01:16How are you?
01:20My family was so happy when I was Soha and I was really proud of it.
01:24We went to Atlanta and others to give us the family a few days ago.
01:31We went to Gromsday, from the country to the Gungo, and the prime minister.
01:43Do you think it's a good one?
Comments

Recommended