Skip to playerSkip to main content
  • 1 week ago
তিনিচুকীয়া: পে'ট্ৰল-ডিজেল, ৰন্ধন গেছৰ দাম বৃদ্ধিৰ বিৰোধিতাৰে শুকুৰবাৰে তিনিচুকীয়াত চিপিআই(এম)ৰ সদস্যই সাব্যস্ত কৰে প্ৰতিবাদ ৷ 'মূল্যবৃদ্ধি ৰোধ কৰক' আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ অসমকে ধৰি পাঁচখন ৰাজ্যৰ বিধানসভা নির্বাচন শেষ হোৱাৰ লগে লগেই সকলো প্রয়োজনীয় সামগ্ৰীৰ দাম হোৰাহোৰে বৃদ্ধি পাইছে বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীয়ে ৷প্ৰতিবাদকাৰীসকলে কয়,"চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ লগতে ইয়াৰ কৃত্ৰিম নাটনিয়ে ৰাইজক জ্বলাকলা খুৱাইছে । চিলিণ্ডাৰ বিচাৰি ৰাইজে ঘণ্টাৰ পিছত ঘণ্টা ধৰি দীঘলীয়া শাৰী পাতিবলগীয়া হৈছে ৷ ইফালে চিলিণ্ডাৰ ক'লা বজাৰত চৰা দামত বিক্ৰী হৈ আছে । ইয়াৰ পিছতো চৰকাৰ নীৰৱ দৰ্শক হৈ আছে ৷ খাদ্য সামগ্ৰীকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰা, বৃহৎ কৰ্প'ৰেট গোষ্ঠীৰ ওপৰত সম্পদ কৰ আৰোপ কৰা, বিদেশনীতি আৰু কৰ্প'ৰেটৰ স্বাৰ্থবাহী আর্থিক নীতি পৰিহাৰ কৰিব লাগিব চৰকাৰে ৷"লগতে পঢ়ক:আধুনিক চিন্তাৰে ভাৰতক নতুন দিগন্ত দিছে প্ৰধানমন্ত্ৰী মোদীয়ে: সৰ্বানন্দ সোণোৱাল

Category

🗞
News
Transcript
00:06Lord God, Lord God, Lord God, Lord God, Lord God.
00:30We will have to do a daily basis, use the gas cylinder, and use the supply.
00:40The Iranians will have to do the same thing as the US will have to do the same thing.
00:49We will have to do the same thing as our moves.
00:52Yo, yo, yo, yo, yo, yo.
00:58In my heart, in my heart.
01:01In my heart, in my heart.
Comments

Recommended